ETV Bharat / state

বাক্সাত বিহুৰ প্ৰস্তুতি - baisagu

ৰঙালীৰ সমান্তৰালকৈ বাক্সাত চলিছে বড়ো জনগোষ্ঠীয় লোকসকলৰ অন্যতম উৎসৱ বৈশাগুক আদৰাৰ প্ৰস্তুতি

বাক্সাত বিহুৰ প্ৰস্তুতি
author img

By

Published : Apr 12, 2019, 11:18 AM IST

বাক্সা, 12 এপ্ৰিল : ৰঙালী লৈ মাজত মাথো এটা দিন ৷ সাতখন আঠখন প্ৰতিগৰাকী অসমীয়াৰ গা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৰঙালীক আদৰিবলৈ প্ৰস্তুতি চলাইছে বাক্সাৰ ৰাইজে ৷ বাক্সাৰ কচুবাৰী গাঁৱত একাংশ মহিলাই চলাইছে জেং বিহুৰ আখৰা ৷ মহিলাসকলৰ জেং বিহুক জীয়াই ৰখাৰ প্ৰয়াসেৰে ওলাই আহিছে কচুবাৰী গাঁৱৰ এইসকল মহিলা ৷ ইপিনে ৰঙালী বিহুৰ সমান্তৰালকৈ জিলাখনৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কলবাৰীত বড়ো জনগোষ্ঠীয় লোকসকল ব্যস্ত হৈ পৰিছে বৈশাগুক আদৰিবলৈ ৷

বাক্সাত বিহুৰ প্ৰস্তুতি

কলবাৰীত এতিয়া মাথো খাম ,জোথা,ছিফুং ,ছেৰেঙাৰ শব্দ ৷ কণমাণী শিশুৰ পৰা আৰম্ভ কৰি ডেকাসকললৈ সকলো ব্যস্ত হৈ পৰিছে বৈশাগু উপলক্ষে বড়ো নৃত্যৰ আখৰাত ৷ এনেদৰেই এতিয়া ঢোল পেঁপাৰ পৰা আৰম্ভ কৰি খাম ,জোথা,ছিফুং ,ছেৰেঙাৰ মাতেৰে মুখৰিত হৈ পৰিছে বাক্সা ৷

Intro:বাক্সাত জেং বিহু আৰু বৈছাগু নৃত্যৰ আখৰা

Body:এতিয়া নিৰ্বাচনৰ সময় যদিও সমান্তৰালকৈ সমাগত ৰঙালী বিহুক আদৰাৰ বাবে বিভিন্ন নৃত্য কৃষ্টিৰ দল সমূহে আখৰা সম্পূৰ্ণ কৰি তুলিছে । সেযে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কলবাৰীত বড়ো সকলৰ পৰম্পৰাগত বাদ্য যন্ত্ৰ খাম ,জোথা,ছিফুং ,ছেৰেঙাৰ শব্দৰ বৈছাগুক আদৰাৰ বাবে সমগ্র অঞ্চলটোত মুখৰিত কৰি তুলিছে । যাৰ বাবে কলবাৰী গাঁৱৰ বৈছাগু নৃত্য দলটিয়ে কণমাণী শিশুৰ পাৰ কিশোৰ,কিশোৰী আৰু মহিলা সকলে বৈছাগু নৃত্যৰ কৰা দেখিবলৈ পোৱা গৈছে ।

Conclusion:ইপিনে কচুবাৰী গাঁৱতো অঞ্চলটোৰ প্ৰায় ত্ৰিশ গৰাকী মহিলাই অসমৰ অন্যতম জেং বিহুক জীয়াই ৰখাৰ প্ৰয়াসৰে প্ৰতি বছৰে একত্ৰিত হৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠাৰ বিহু তুলিত নৃত্য প্ৰদৰ্শন কৰি আহিছে বুলি জানিব পৰা গৈছে ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.