ETV Bharat / state

বিটিচিত যিয়ে চৰকাৰ গঠন নকৰক মোক লৈহে চৰকাৰ গঠন কৰিব লাগিবঃ মাখন স্বৰ্গীয়াৰী

author img

By

Published : Nov 20, 2020, 2:16 PM IST

বাক্সা জিলাৰ গোৱৰ্ধনাত বৃহস্পতিবাৰে ২০ নং মথনগুৰি পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মাখন স্বৰ্গীয়াৰীৰ সমৰ্থনত এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয় । সভাত ২০ নং মথনগুৰি পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মাখন স্বৰ্গীয়াৰীয়ে অংশগ্রহণ কৰি সাংবাদিকৰ আগত নিৰ্বাচনী দিন ঘোষণা কৰাৰ পাছত এইখন আমাৰ প্ৰথম নিৰ্বাচনী জনসভা বুলি উল্লেখ কৰে ৷

baksha-indepandatine-cantidate-election-campaigain
বিটিচিত যিয়ে চৰকাৰ গঠন নকৰক মোক লৈহে চৰকাৰ গঠন কৰিব লাগিবঃ মাখন স্বৰ্গীয়াৰী

বৰমা,২০ নবেম্বৰঃ বিটিচি নিৰ্বাচনৰ দিন ঘোষণা হোৱা লগে লগে বিটিএডিত বিভিন্ন ৰাজনৈতিক দল সমূহে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে । বাক্সা জিলাৰ গোৱৰ্ধনাত বৃহস্পতিবাৰে ২০ নং মথনগুৰি পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মাখন স্বৰ্গীয়াৰীৰ সমৰ্থনত এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয় । সভাত ২০ নং মথনগুৰি পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মাখন স্বৰ্গীয়াৰীয়ে অংশগ্রহণ কৰি সাংবাদিকৰ আগত নিৰ্বাচনী দিন ঘোষণা কৰাৰ পাছত এইখন আমাৰ প্ৰথম নিৰ্বাচনী জনসভা বুলি উল্লেখ কৰে ৷

মই জয় লাভ কৰিলে মোৰ প্ৰথম কাম হ'ব যিমান বোৰ চৰকাৰী আঁচনি আছে সেইবোৰ ৰাইজে পোৱাটো নিশ্চিত কৰা । জব কাৰ্ডৰ টকা উলিয়াই আনক দিবলগীয়া কাৰ্য বন্ধ কৰি জব কাৰ্ড হলদাৰে ইয়াৰ টকা ভোগ কৰিব পৰা ব্যৱস্থা কৰা আৰু ৰাইজক ৰেচন কাৰ্ডৰ ব্যবস্থা কৰাটো। " গণতন্ত্রত নিৰ্বাচিত প্ৰতিনিধি গৰাকীৰ বিভিন্ন দায়িত্ব থাকে বুলি উল্লেখ কৰি স্বৰ্গীয়াৰীয়ে পুনৰ কয়, " বিটিএডিত এইবাৰ কোনো দলেই সংখ্যা গৰিষ্ঠতাৰে পৰিষদ গঠন কৰিব নোৱাৰে । এই ক্ষেত্ৰত মই ক্ষমতাশালী হ'ম, কাৰণ যিয়ে চৰকাৰ গঠন কৰিব মোক লৈহে চৰকাৰ গঠন কৰিব লাগিব । মোক লৈ চৰকাৰ গঠন কৰিলে মোৰ চৰ্ত থাকিব বিনা চৰ্তত কাকো সমৰ্থন নকৰো । যি দলে ৰাইজৰ সমস্যা সমাধানত গুৰুত্ব দিব, যি দলে আমাক কাম কৰাৰ সুযোগ দিব, সেই দলকেই আমি সমৰ্থন দিম ।

লগতে পঢ়কঃ আত্মৰক্ষাৰ প্ৰশিক্ষণৰ আহ্বান জনাই প্ৰধনমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কণমানি ছাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.