বাক্সা, 19 আগষ্ট: কিছুদিন আগতে বাক্সাৰ কোকলাবাৰী গাঁৱৰ এটা পৰিয়ালৰ অন্নপ্ৰাসন্নত বুটমাহ খাই অসুস্থ হৈ পৰিছিল বহুলোক ৷ যাৰ ফলত তেওলোকক বৰমা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু মুছলপুৰৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও পাছত স্বাস্থ্যৰ ক্ৰমাত উন্নতি হোৱাত তেওলোকক ঘৰলৈ যাবলৈ দিয়া হয় ৷ কিন্তু হঠাৎ আজি পুনৰ বিশজনমান লোক অসুস্থ হৈ পৰাত ফলত তেওলোকক পুনৰ মুছলপুৰৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ পাছত চিকিৎসকে জনাই যে বিষক্ৰিয়া বুট মাহ গ্ৰহণ কৰাৰ ফলতেই এই কাণ্ড সংঘটিত হয় ৷
বাক্সাত বুটমাহত বিষক্ৰিয়াঃ চিকিৎসাধীন বহু লোক - বাক্সাত বুটমাহত বিষক্ৰিয়া
বাক্সাৰ কোকলাবাৰীত সংঘটিত হ'ল এই অঘটন ৷

বাক্সা, 19 আগষ্ট: কিছুদিন আগতে বাক্সাৰ কোকলাবাৰী গাঁৱৰ এটা পৰিয়ালৰ অন্নপ্ৰাসন্নত বুটমাহ খাই অসুস্থ হৈ পৰিছিল বহুলোক ৷ যাৰ ফলত তেওলোকক বৰমা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু মুছলপুৰৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও পাছত স্বাস্থ্যৰ ক্ৰমাত উন্নতি হোৱাত তেওলোকক ঘৰলৈ যাবলৈ দিয়া হয় ৷ কিন্তু হঠাৎ আজি পুনৰ বিশজনমান লোক অসুস্থ হৈ পৰাত ফলত তেওলোকক পুনৰ মুছলপুৰৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ পাছত চিকিৎসকে জনাই যে বিষক্ৰিয়া বুট মাহ গ্ৰহণ কৰাৰ ফলতেই এই কাণ্ড সংঘটিত হয় ৷
বাক্সা, ১৯ আগষ্টঃ
বাক্সাৰ কোকলাবাৰীত অঘটন ৷ খাদ্যত বিষক্ৰিয়া হৈ পঞ্চাশজনতকৈ অধিক লোকক যোৱা ১৬ আগষ্টত অসুস্থ হৈ বৰমা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু মুছলপুৰৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰু সুস্থ হৈ ঘৰলৈ উভতিছিল ৷ আজি (১৯ আগষ্ট) পুণৰ বিশজনমান লোক হঠাৎ অসুস্থ হৈ পৰে আৰু মুছলপুৰৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ উল্লেখ যে গাঁওখনৰ এটা পৰিয়ালৰ অন্নপ্ৰাসন্নত অংশগ্ৰহন কৰি গ্ৰহন কৰিছিল বুটমাহ আৰু ভাত ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:যোৱা ১৬ আগষ্টত খাদ্যত বিষ ক্ৰীয়া হৈ বহু লোক অসুস্থ হয় ৷