ETV Bharat / state

বাক্সাত উদ্ধাৰ এটা মৃতদেহ - ভৱেন জৰ্জী

বাক্সাৰ মুছলপুৰত ৰাস্তাৰ কাষত থকা এটা খালত উদ্ধাৰ এটা মৃতদেহ ৷ উদ্ধাৰ মৃতদেহটো ৰাস্তাৰ ভৱেন জৰ্জীৰ বুলি চিনাক্ত কৰা হৈছে ৷

বাক্সাত উদ্ধাৰ এটা মৃতদেহ
author img

By

Published : Sep 8, 2019, 7:32 PM IST

বাক্সা, 8 ছেপ্তেম্বৰ : বাক্সাৰ মুছলপুৰত উদ্ধাৰ এটা মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহটো বাক্সা জিলাৰ নিকাছি আৰক্ষী চকীৰ অন্তৰ্গত ভৱেন জৰ্জীৰ ৷ তথ্যমতে, শণিবাৰে সন্ধিয়া চাইকেলেৰে ঘৰলৈ আহি থকা সময়ত বিপৰীত দিশৰ পৰা অহা বাহনৰ পোহৰত গতি পথ ধৰিব নোৱাৰি চাইকেলেৰে সৈতে ৰাস্তাৰ কাষতে থকা এটা দ খালত পৰে ব্যক্তিজন ৷ যাৰ ফলত পানীৰ পৰা উঠিব নোৱাৰি মৃত্যুক সাবতি লব লগা হয় ভৱেন দৰ্জী নামৰ ব্যক্তিজনে ৷ দেওবাৰে পুৱা কেইজনমান পথচাৰীয়ে মৃতদেহ এটা পানীত ওপঙি থকা প্ৰত্যেক্ষ কৰি আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলী উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৃতদেহটো ভবেন দৰ্জীৰ বুলি চিনাক্ত কৰি মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ উল্লেখযোগ্য নিশাৰ যান বাহন আইন নমনা বাহনৰ কাৰনে এই দুৰ্ঘটনা সংঘটিত হৈ ব্যক্তিজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

Intro:বাক্সাৰ মুছলপুৰত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য # নিশাৰ যান বাহন আইন নমনা বাহনৰ কাৰনে দুৰ্ঘটনা গ্ৰস্ত হৈ এজন লোক পানীত পৰি মৃত্যু হোৱাৰ সন্দেহ স্থানীয় লোকৰ #

Body:ৰাষ্টাৰে চাইকেল চলোৱাতে সাবধান হব আপুনী ৷ কাৰন একাংশ যান বাহন আইন নমনা লোকৰ কাৰনে দুৰ্ঘটনা গ্ৰস্ত হৈ অকাল মৃত্যুক সাবতি লব লগা হব পাৰে আপুনী ৷
বাক্সা জিলাৰ নিকাছি আৰক্ষী চকীৰ অন্তৰ্গত নিকাছিত যান বাহন আইন নমনা কাৰনে চাইকেলেৰে আহি থকা ভৱেন জৰ্জী নামৰ এজন লোকে মৃত্যুক সাবতি লব লগা হয় দেওবাৰে ৷নিকাছীৰ পেচাত আনৰ ব্যক্তিগত বাহন চলোৱা চালক ভৱেন দৰ্জীয়ে নিকাছীৰ ভুটান খুটিলৈ শনিবাৰে আলহী খাব গৈছিল চাইকেলেৰে ৷ সন্ধিয়া আলহীৰ ঘৰৰ পৰা ঘুৰি অহা সময়ত বিপৰীত দিশৰ পৰা অহা বাহনৰ পোহৰত গতি পথ ধৰিব নোৱাৰি চাইকেলেৰে কাষতে থকা এতি দোংত পৰে ৷ যাৰ ফলত পানীৰ পৰা উঠিব নোৱাৰি মৃত্যুক সাবতি লব লগা হয় ভৱেন দৰ্জী নামৰ লোক জনে ৷
নিশালৈ ঘৰ আহি নোপোৱাত পৰিয়ালৰ লোকে দৰ্জীক বিচাৰি নোপোৱাত নিকাছি আৰক্ষী চকীত অৱগত কৰে ঘটনাটো ৷ দেওবাৰে পুৱা কেইজনমান পথচাৰীয়ে মৃতদেহ এটা পানীত ওপঙি থকা দেখি ওচৰৰ লোক আৰু আৰক্ষীক খৱৰ দিয়া ৷ Conclusion:আৰক্ষীয়ে মৃতদেহ উদ্বাৰ কৰি সেইটো ভবেন দৰ্জীৰ মৃতদেহ বুলি চিনাক্ত কৰি মুছলপুৰ অসামৰিক চিকিৎসাৱয়লৈ মৰোনত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰে ৷
বাইট --- স্থানীয় লোক / পৰিয়ালৰ লোক ৷

Ajit Rabha BAKSA
ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.