ETV Bharat / state

বাক্সাত জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি এটা হৰিণা - বনবিভাগ তথা আৰক্ষীয়ে

শনিবাৰে দিনৰ ভাগত হৰিণাটো চি ব্লক নামৰ গাঁওখনত প্ৰত্যক্ষ কৰিছিল ৰাইজে ৷ কিন্তু একাংশ লোকে হৰিণাটো খেদি খেদি নি অমানৱীয়ভাৱে কোবাই কোবাই হত্যা কৰাৰ লগতে খোৱাৰ বাবে হৰিণাটো জ্বলাই দিয়ে ৷ ইপিনে বনবিভাগ তথা আৰক্ষীয়ে ঘটনাটো গম পাই ঘটনাস্থলীত উপস্থিত হোৱাত মৃত হৰিণাটো দ’ খাৱৈত পেলায় দুৰ্বৃত্ত কেইজনে পলায়ন কৰে ৷

বাক্সাত জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি এটা হৰিণা
author img

By

Published : Jan 9, 2021, 6:07 PM IST

বাক্সা, ৯ জানুৱাৰীঃ বাক্সাত জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি এটা হৰিণা ৷ একাংশ লোকে খেদি খেদি হত্যা কৰিলে হৰিণাটো ৷ জিলাখনৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত তথা বাতাবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মাদলিবাৰীত সংঘটিত হয় এই ঘটনা ৷

শনিবাৰে দিনৰ ভাগত হৰিণাটো চি ব্লক নামৰ গাঁওখনত প্ৰত্যক্ষ কৰিছিল ৰাইজে ৷ কিন্তু একাংশ লোকে হৰিণাটো খেদি খেদি নি অমানবীয় ভাৱে কোবাই কোবাই হত্যা কৰাৰ লগতে খোৱাৰ বাবে হৰিণাটো জ্বলাই দিয়ে ৷ ইপিনে বনবিভাগ তথা আৰক্ষীয়ে ঘটনাটো গম পাই ঘটনাস্থলীত উপস্থিত হোৱাত মৃত হৰিণাটো দ’ খাৱৈত পেলায় দুৰ্বৃত্ত কেইজনে পলায়ন কৰে ৷

আনহাতে ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈ মৃত হৰিণাটো উদ্ধাৰ কৰি বনাঞ্চলিক কাৰ্যালয় লৈ আনে ৷ উল্লেখ্য যে,ঘটনাটোৰ সন্দৰ্ভত বন বিভাগে মন্তব্য দিয়াৰ পৰা বিৰত থকা দেখা যায় ৷

লগতে পঢ়কঃ জনীয়াত প্ৰায় দহ সহস্ৰাধিক এআইইউডিএফ সদস্যই যোগ দিব এজেপিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.