ETV Bharat / state

দুবাৰকৈ পাকিস্তানৰ সৈতে যুদ্ধত অৱতীৰ্ণ হোৱা বাক্সাৰ এগৰাকী প্ৰাক্তন সৈনিক - গোৰ্খা ৰেজিমেন্ট

বাক্সা জিলাৰ এগৰাকী প্ৰাক্তন যোদ্ধা ৷ দুবাৰকৈ পাকিস্তানৰ সৈতে হোৱা যুদ্ধত অৱতীৰ্ণ হৈছিল সৈনিকজন ৷

Baksa Ex Army News: Who has twice fought with Pakistan
পাকিস্তানৰ সৈতে যুদ্ধত অৱতীৰ্ণ হোৱা বাক্সাৰ এগৰাকী প্ৰাক্তন সৈনিক
author img

By

Published : Oct 6, 2020, 7:30 PM IST

বাক্সা, 6 অক্টোবৰ : পাকিস্তানৰ সৈতে দুবাৰকৈ যুদ্ধত অৱতীৰ্ণ হোৱা বাক্সা জিলাৰ এগৰাকী প্ৰাক্তন সৈনিক । জিলাখনৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ হৰিণচৰা গাঁৱৰ নুৰ বাহাদুৰ চেত্ৰী । 1962 চনত ভাৰতীয় সেনাবাহিনীৰ 59 গোৰ্খা ৰেজিমেন্টত যোগদান কৰিছিল প্ৰাক্তন সেনা গৰাকী । পৰৱৰ্তী সময়ত 1965 চনৰ 23 ছেপ্টেম্বৰত পাকিস্তানৰ ফিলোৰা যুদ্ধত অংশগ্ৰহণ কৰিছিল আৰু 1971 চনত পুনৰবাৰ পাকিস্তানৰ যুদ্ধত অৱতীৰ্ণ হৈছিল বুলি জানিবলৈ দিয়ে প্ৰাক্তন সৈনিক নুৰ বাহাদুৰ চেত্ৰীয়ে ।

স্থানীয় লোকৰ মন্তব্য

কিন্তু দেশমাতৃৰ স্বাৰ্থত দুবাৰকৈ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ লগত যুদ্ধত অৱতীৰ্ণ হোৱা প্ৰাক্তন সৈনিক গৰাকীৰ খবৰ ল'বলৈ আহৰি নাই কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ ৷

Baksa Ex Army News: Who has twice fought with Pakistan
নুৰ বাহাদুৰ চেত্ৰীৰ পৰিচয় পত্ৰ
প্ৰাক্তন সৈনিক নুৰ বাহাদুৰ চেত্ৰীৰ মন্তব্য

লগতে পঢ়ক : ৰাইজ মেললৈ কিয় নাহিল আলোচনাপন্থী নেতা জিতেন দত্ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.