ETV Bharat / state

বাক্সাত গ্ৰাহক সেৱা কেন্দ্ৰত অসুবিধাৰ সন্মুখীন গ্ৰাহক - baksa

বৰ্তমান সময়ত দেশৰ সকলোবোৰ আগশাৰীৰ বেংকে গ্ৰাহক সেৱা কেন্দ্ৰৰ জৰিয়তে সেৱা আগবঢ়াই আছে । কিন্তু এই গ্ৰাহক সেৱা কেন্দ্ৰসমূহত গ্ৰাহকসকল সন্মুখীন হৈছে বিভিন্ন সমস্যাৰ ৷ বাক্সাৰ একাংশ নিৰক্ষৰ লোকে গ্ৰাহক সেৱা কেন্দ্ৰসমূহত একাউণ্ট খুলি নিজৰ সাচতীয়া ধন উলিয়াব নোৱাৰি বিমুখ হৈ ঘৰমুৱা হ'বলগীয়া হৈছে ।

বাক্সাত গ্ৰাহক সেৱা কেন্দ্ৰতে অসুবিধাৰ সন্মুখীন গ্ৰাহক
author img

By

Published : Aug 3, 2019, 2:34 PM IST

বাক্সা,3আগষ্টঃ আপোনাৰ বাৰু গ্ৰাহক সেৱা কেন্দ্ৰত একাউন্ট আছে নেকি ? যদি আছে তেন্তে আপুনি সাৱধান! গ্ৰাহক সেৱা কেন্দ্ৰসমূহক 'বায়ো মেট্ৰিক পদ্ধতি'ৰে গ্ৰাহক সকলৰ তিনিটা আঙুলিৰ চাপেৰে একাউণ্টসমূহ সুৰক্ষিত কৰা হৈছে ৷ যদি আপোনাৰ আঙুলিৰ কিবা বিজুতি ঘটে তেন্তে নিজৰ একাউণ্টৰ লেনদেন কৰিব নোৱাৰিব আপুনি । যাৰ ফলত আন বহু গ্ৰাহকৰ দৰে আপুনিও বিমুখ হৈ ঘৰলৈ উভতি যাবলগীয়া সম্ভাৱনাই বেছি ৷ তাৰ পৰিণতিত কেতিয়াও নাপাব পাৰে আপোনাৰ সাচতীয়া ধন । ঠিক এনে এক ঘটনা সংঘটিত হৈছে বাক্সাত ৷ বাক্সাৰ একাংশ নিৰক্ষৰ লোকে গ্ৰাহক সেৱা কেন্দ্ৰসমূহত আঙুলিৰ ছাপ দিএকাউণ্ট খুলি নিজৰ সাচতীয়া ধন উলিয়াব নোৱাৰি বিমুখ হৈ ঘৰমুৱা হ'বলগীয়া হৈছে ।

বাক্সাত গ্ৰাহক সেৱা কেন্দ্ৰতে অসুবিধাৰ সন্মুখীন গ্ৰাহক

পিচে গ্ৰামাঞ্চলৰ এই সকল গ্ৰাহকৰ বাবে 'বায়ো মেট্ৰিক পদ্ধতি' অবিহনে অন্য উপায়েৰে টকা উলিয়াব পৰা ব্যৱস্থা নকৰিলে নিজৰ সাঁচতীয়া ধন কেনেদৰে উলিয়াব পাৰিব সেয়া এতিয়াও অনিশ্চয়তাত ৷

Intro:Customer service Point (CSP)
গ্ৰাহক সেৱা কেন্দ্ৰ কি আচলতে ?
কি অসুবিধাৰ সন্মুখীন হৈ ইয়াত গ্ৰাহক সকল ।

Body:গ্ৰাহক সেৱা কেন্দ্ৰ চমুকৈ CSP ক আমি সাধাৰণতে বেংকৰ লগত জড়িত এটা সংস্থা বুলি সকলোৱে গম পাইছোঁ । বৰ্তমান সময়ত দেশৰ সকলো বৰ আগশাৰী বেংক প্ৰতিস্থান সমূহ গ্ৰাহক সেৱা কেন্দ্ৰৰ জৰিয়তে সেৱা আগবঢ়াই আছে । কিন্তু এই গ্ৰাহক সেৱা কেন্দ্ৰসমূহত কিছুমান অসুবিধা বাৰুকৈ দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে ।
যদি কেতিয়াবা জৰুৰী কালিন সময়ত আপোনাক টকা প্ৰয়োজন হয় । তেতিয়া হলে হয়তো আপোনাক নিজৰ আঙুলিয়ে বিশ্বাস ঘাটকতা কৰিব পাৰে । কাৰণ গ্ৰাহক সেৱা কেন্দ্ৰ সমূহক বায়ো মেট্ৰিক পদ্ধতিৰে গ্ৰাহক সকলৰ তিনিটা আঙুলিৰ চাপেৰে একাউণ্ট সমূহ সুৰক্ষিত কৰা হৈছে আৰু সেই বায়ো মেট্ৰিকে আপোনাৰ আঙুলিৰ কিবা বিজুতি ঘটিলে নিজৰ একাউণ্টটোৰ টকা চাবলৈ আৰু উলিয়াবও নোৱাৰিব আপুনি ।
যাৰ ফলত বহু গ্ৰাহক বিমুখ হৈ ঘৰলৈ উভতি যাব লগীয়া সম্ভাৱনাই বেছি । তাৰ পৰিণতিত কেতিয়াও নাপাব পাৰে আপোনাৰ সাচতিয়া ধন ।
যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ইণ্ডিয়াৰ সপোন লৈ দেশৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে বেংকৰ একাউণ্ট খুলিবলৈ কোৱা হৈছে তেনে সময়তে আবাল বৃদ্ধা,বনিতা সকলোৱে বেংকৰ একাউণ্ট খুলিবলৈ ঢাপলি মেলিছিল গ্ৰাহক সেৱা কেন্দ্ৰ সমূহলৈ । তেনেতে এতিয়া একাংশ গাঁৱৰ হোজা লোক সকল বিপাঙত পৰিছে । কাৰণ গ্ৰাম্যঞ্চলৰ বহু লোক নাজানে এটিএমৰ ব্যৱহাৰৰ । শিক্ষাৰ অভাৱত বহু লোক গ্ৰাহক সেৱা কেন্দ্ৰত (CSP )ত সমূহত আঙুলিৰ ছাপ টিপি একাউণ্ট খুলি নিজৰ সাচটিয়া ধন উলিয়াব নোৱাৰি বিমুখেৰে ঘৰ মুৱা হবলগীয়া হৈছে ।

Conclusion:এতিয়া গ্ৰামাঞ্চলৰ এই সকল গ্ৰাহকৰ বাবে বায়ো মেট্ৰিক পদ্ধতি অবিহনে অন্য উপায়েৰে টকা উলিয়াব পৰা ব্যৱস্থা হবনে ? নে এনেদৰে নিজৰ কষ্ট উপাৰ্জিৎ ধন সমূহ উলিযাব নোৱাৰি বিমুখ মনেৰে ঘৰলৈ উভতি যাব লাগিব প্ৰতি দিনে ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.