ETV Bharat / state

ফুটুকীয়া সাজেৰে হেঙুলীয়া ৰেখা টনা এজাক পখিলা

author img

By

Published : Jun 11, 2019, 11:52 PM IST

Updated : Jun 12, 2019, 8:01 AM IST

পখিলাৰ সৌন্দৰ্যই হাতবাউল দি মাতিছে প্ৰকৃতি প্ৰেমীসকলক ৷ ফুটুকীয়া সাজেৰে হেঙুলীয়া ৰেখা টনা এজাক নাচনী পখিলা ৷ নানা ৰঙী পখিলাই শোভা বৃদ্ধি কৰিছে বাক্সাৰ উত্তৰকুছিত ৷

ফুটুকীয়া সাজেৰে হেঙুলীয়া ৰেখা টনা এজাক পখিলা

বাক্সা, 11 জুনঃ নানাৰঙী পখিলাই শোভা বৃদ্ধি কৰিছে বাক্সাৰ উত্তৰকুছিত ৷ পখিলাৰ সৌন্দৰ্যই হাতবাউল দি মাতিছে প্ৰকৃতি প্ৰেমী সকলক ৷

ফুটুকীয়া সাজেৰে হেঙুলীয়া ৰেখা টনা এজাক পখিলা

ফুটুকীয়া সাজেৰে হেঙুলীয়া ৰেখা টনা এজাক নাচনী পখিলা ৷ পখিলাৰ সৌন্দৰ্য উপভোগ কৰিবলৈ অঞ্চলটোলৈ উপস্থিত হয় বহু দেশী-বিদেশী পৰ্যটক ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ উত্তৰকুছিক ভিন্ন ৰঙী পখিলাৰ জাকে প্ৰদান কৰিছে অনন্য মাত্ৰা ৷

Intro: চোৱাচোন পখিলাটি
কেনেনো শুৱনি
তাৰ পাখি দুইখনি
কেতিয়াবা ওপৰত
আকৌ তলত
এটা এৰি বহিছেহি
আনটো ফুলত ৷Body:হয় ,,, নানাৰঙী পখিলাই এতিয়া শোভা পাতিছে বাক্সাৰ উত্তৰকুছিত ৷ পখিলাৰ সৌন্দৰ্যই এতিয়া হাতবাউল দি মাতিছে সৌন্দৰ্য পিপাসুলোকক ৷ নানাৰঙী পখিলাই সৃষ্টি কৰিছে সৌন্দৰ্যৰ ৷ কবিতাৰ ভাষাৰে পখিলাৰ জাকসমুহে এটা ফুলৰ পৰা আনটো ফুলত চুপিছে ৰস ৷ উল্লেখ্য যে বাক্সা জিলাৰ উত্তৰকুছিত মে মাহৰ পৰা জুলাইলৈ শোভা কৰে নানাৰঙী পখিলাই ৷ পখিলাৰ সৌন্দৰ্যই মনপ্ৰাণ হৰে পৰ্যটকৰ ৷ ভিন্ন জাতৰ পখিলাৰ জাকসমুহ চাবলৈ আগমন ঘটে ভিন্নপ্ৰান্তৰ সৌন্দৰ্য পিয়াসী লোকৰ ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ উত্তৰকুছিক পখিলাৰ জাকসমুহে আৰু প্ৰদান কৰিছে অনন্যমাত্ৰা ৷ Conclusion:বাইট,,,,দুজন স্থানীয় ব্যক্তি ৷
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
Last Updated : Jun 12, 2019, 8:01 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.