ETV Bharat / state

বাক্সাত উদ্ধাৰ হাতী পোৱালিৰ মৃতদেহ

ভূটানত প্ৰৱল বৃষ্টিপাত হোৱাৰ ফলত বৃদ্ধি পাইছে বাক্সাৰ নৈ উপনৈৰ জলপৃষ্ঠ । ফলত দূৰ্যোগ নামি আহিছে বন্য জীৱ-জন্তু সমূহৰ জীৱনলৈ ৷ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অধীনৰ চিনাদীত বুধবাৰে উদ্ধাৰ হয় বনৰীয়া হাতী পোৱালিৰ মৃতদেহ

বাক্সাত উদ্ধাৰ হাতী পোৱালিৰ মৃতদেহ
author img

By

Published : Jun 26, 2019, 8:26 PM IST

বাক্সা, 26 জুনঃ বাক্সাৰ দিৰিং নৈৰ চিনাদীৰ ঘাটত উদ্ধাৰ হয় এটা হাতী পোৱালিৰ মৃতদেহ । স্থানীয় ৰাইজে হাতী পোৱালীটো নৈৰ বাঢ়নী পানীত উটি অহা প্ৰত্যক্ষ কৰি নৈৰ পাৰলৈ তুলি আনে ৷

বাক্সাত উদ্ধাৰ হাতী পোৱালিৰ মৃতদেহ

মুক্ত ভাবে বিচৰণ কৰি থকাৰ সময়ত হাতী পোৱালিটো হঠাতে পিচলি ভূটানৰ পৰা নামি অহা বাঢ়নী পানীৰ সোঁতত উটি অহাৰ সন্দেহ স্থানীয় ৰাইজৰ । ঘটনাস্থলীত বনবিভাগ আৰু আৰক্ষী উপস্থিত হৈ হাতী পোৱালিটোৰ মৃতদেহ উদ্ধাৰ কৰে ।

আৰু পঢ়কঃ নৈৰ সোঁতে বেঁকা কৰিলে এখন ১৬ লাখ টকীয়া বাঁহৰ দলং

Intro:ভূটানত প্ৰৱল বৃষ্টিপাত হোৱাৰ ফলত বৃদ্ধি পাইছে বাক্সাৰ নৈ উপনৈৰ জলপৃষ্ট।আজি বাঢ়নী পানীত উটি অহা বনৰীয়া হাতীৰ পোৱালিৰ এটা মৃতদেহ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অধীনৰ চিনাদীত উদ্ধাৰ হয়৷ Body:দিৰিং নৈৰ চিনাদীৰ ঘাটত উদ্ধাৰ হয় হাতী পোৱালিটোৰ মৃতদেহ। স্থানীয় ৰাইজে হাতী পোৱালীটো নৈৰ বাঢ়নী পানীত উটি অহা প্ৰত্যক্ষ কৰে আৰু একাংশ লোক হাতী পোৱালীটো নৈৰ পাৰলৈ তুলি আনে ৷ মুক্ত ভাবে বিচৰন কৰি থকাৰ সময়তে হঠাতে পিচলি পৰি ভূটানৰ পৰা নামি অহা বাঢ়নী পানীৰ সোঁতত উটি অহাৰ সন্দেহ হাতী পোৱালিটো। ঘটনাস্থলীত বনবিভাগ আৰু আৰক্ষী উপস্থিত হৈ হাতী পোৱালিটোৰ মৃতদেহ উদ্ধাৰ কৰে।Conclusion:চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.