ETV Bharat / state

বাক্সাত প্ৰলয়ংকৰ বান, খাদ্যৰ বাবে হাঁহাকাৰ বানাক্ৰান্তৰ - জাৰতালুক

৫ দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত সমগ্ৰ জাৰতালুকৰ লগতে বহু অঞ্চলত বানৰ কৱলত পৰে । বানত ঘৰ-দুৱাৰৰ লগতে পশুধনৰ বিস্তৰ ক্ষতি সাধন হয় বানাক্ৰান্ত লোক সকলৰ । বানপিড়িত লোক সকলক চৰকাৰ তথা প্ৰশাসনৰ পৰা কোনো ধৰণৰ সা-সুবিধা নিদিয়াৰ অভিযোগ

বাক্সাত প্ৰলয়ংকৰ বান,খাদ্যৰ বাবে হাঁহাকাৰ বানাক্ৰান্তৰ
author img

By

Published : Jun 29, 2019, 6:07 PM IST

বাক্সা, ২৯ জুনঃ বাক্সা জিলাৰ জাৰতালুকত প্ৰলয়ংকৰ বান । বানত ঘৰ-দুৱাৰৰ লগতে পশুধনৰ বিস্তৰ ক্ষতিসাধন ৷

দীৰ্ঘদিন ধৰি নেৰানেপেৰা বৰষুণৰ বাবে সমগ্ৰ জাৰতালুকৰ লগতে বহু অঞ্চলত এতিয়া প্ৰলয়ংকৰ বানৰ কৱলত পৰিছে । প্ৰৱল বৃষ্টিপাতৰ ফলত পাগলাদিয়া নৈৰ জলপৃষ্ঠ বৰ্তমান বিপদ সীমাৰ ওপৰৰে বৈছে । বানপানীৰ ফলত পাগলদিয়া নৈৰ দাঁতি কাষৰীয়া লোক সকলৰ ঘৰ-দুৱাৰ ,পশুধন আদিৰ বিস্তৰ ক্ষতি সাধন হয় । স্কুলীয়া ছাত্ৰ-ছাত্ৰী পানীৰ মাজেৰে বিদ্যালয়লৈ আহ-যাহ অব্যাহত ৰাখইছে । তাৰোপৰি মানুহৰ খাদ্যৰ অভাৱ হোৱাৰ লগতে খোৱা পানীৰ বাবেও হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । বানাক্ৰান্ত সকলে পশুধনৰ সৈতে আশ্ৰয় লবলগীয়া হৈছে বিদ্যালয় চৌহদত ।

বাক্সাত প্ৰলয়ংকৰ বান,খাদ্যৰ বাবে হাঁহাকাৰ বানাক্ৰান্তৰ

বানপীড়িত লোক সকলক চৰকাৰ তথা প্ৰশাসনৰ পৰা কোনো ধৰণৰ সা-সুবিধা নিদিয়াৰো অভিযোগ উত্থাপন হৈছে । অতি শীঘ্ৰে বানাক্ৰান্ত লোক সকলক সহায়ৰ বাবে চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে বানাক্ৰান্ত সকলে ।

লগতে আন এটা বাতৰি - উত্তৰ অভয়াপুৰীত আই নদীৰ তাণ্ডৱ

Intro:বাক্সাত বিপদ সীমাৰ ওপৰৰে বানপানী
শতাধিক লোক বিদ্যালয় আশ্ৰয় ।Body:বাক্সা জিলাৰ তামুলপুৰ বিধান সভা সমষ্টিৰ চলীকাণ্ডা,বৰবিলা, ছাপাতলৰ পিছত এইবাৰ বৰমা সমষ্টিৰ অন্তৰ্গত জাৰতালুক দবিল বানপানীত । প্ৰায় ৫ দিন ধৰি নেৰানেপেৰা বৰষুণৰ বাবে সমগ্ৰ জাৰতালুকৰ লগতে দবিল বহু অঞ্চল । প্ৰৱল বৃষ্টিপাতৰ ফলতে পাগলদীয়া নৈৰ পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি বিপদ সীমাৰ ওপৰৰে বৈছে নৈখনৰ পানী । বানপানীৰ ফলত পাগলদিয়া নৈৰ দাতি কাষৰীয়া লোক সকলৰ ঘৰ-দুৱাৰ ,পশুধন অাদিৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে জানিব পৰা মতে মানুহৰ খাদ্যৰো অভাৱ হোৱা পৰিলক্ষিত হৈছে । Conclusion: ফলত নৈপৰীয়া লোক সকলে বিদ্যালয় আদি ওখ স্থানত পশুধনৰ সৈতে আশ্ৰয় লবলগীয়া হৈছে । তথাপিও বানপিৰিত লোক সকলে বিজেপি চৰকাৰে সহায় কৰিব বুলি আশাৰত ।

Ajit Rabha BAKSA
ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.