ETV Bharat / state

বৰবৰীত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰাঃ আৰক্ষী অভিযান অব্যাহত - বিলাতী সুৰা জব্দ

আৰক্ষীৰ দলে বিলাতী সুৰা জব্দ কৰাৰ লগতে বৰিমাখা অঞ্চলত থকা কেইবাটাও চুলাই মদৰ ঘাটি উৎখাত কৰি বহু চুলাই মদ নষ্ট কৰে ।

বৰবৰীত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দঃ আৰক্ষী অভিযান অব্যাহত
author img

By

Published : May 19, 2019, 6:17 PM IST

বাক্সা, 19 মেঃ বাক্সাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰিমাখাত অব্যাহত আছে বিলাতী সুৰাৰ লগতে চুলাই মদৰ ৰমৰমীয়া বেহা ৷ নিশা বৰবৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত উপ-পৰিদৰ্শক নীলভজ্যোতি নাথৰ নেতৃত্বত অভিযান চলাই বৰিমাখাৰ এখন দোকানৰ পৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে আৰক্ষীয়ে ৷ আনহাতে অভিযানৰ সময়ত আৰক্ষীৰ চকুত ধুলি দি সুৰা ব্যৱসায়ী গৰাকী পলায় যাবলৈ সক্ষম হয় ৷ আৰক্ষীৰ দলটোৱে বিলাতী সুৰা জব্দ কৰাৰ লগতে বৰিমাখা অঞ্চলত থকা কেইবাটাও চুলাই মদৰ ঘাটি উৎখাত কৰি বহু চুলাই মদ নষ্ট কৰে।

Intro:বিলাতী সুৰাৰ বিৰুদ্ধে বাক্সাৰ বৰবৰী আৰক্ষীৰ অভিযান। অভিযানত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ। উৎখাত কেইবাটাও চুলাই মদৰ ঘাটি।
Body:ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰিমাখাত অব্যাহত আছে বিলাতী সুৰাৰ লগতে চুলাই মদৰ ৰমৰমীয়া বেহা। নিশা বৰবৰী আৰক্ষী থানাৰ এ এছ আই নীলভজ্যোতি নাথৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলায় বৰিমাখাৰ এখন দোকানৰ পৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে যদিও অভিযানৰ সময়ত আৰক্ষীৰ চকুত ধুলি দি সুৰা ব্যৱসায়ী গৰাকী পলায় যাৱলৈ সক্ষম হয় ৷ আৰক্ষীৰ দলটোৱে বিলাতী সুৰা জব্দ কৰাৰ লগতে বৰিমাখা অঞ্চলত থকা কেইবাটাও চুলাই মদৰ ঘাটি উৎখাত কৰি বহু চুলাই মদ নষ্ট কৰে।Conclusion:বাইট---আৰক্ষী।
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.