ETV Bharat / state

বাক্সাৰ মইনা পুখুৰী ভূইচম্পাদেৱী মন্দিৰত বাৰ্ষিক মহোৎসৱ

author img

By

Published : Jan 25, 2020, 7:48 PM IST

বাক্সা জিলাৰ বৰমাৰ মইনা পুখুৰী ভূইচম্পাদেৱী মন্দিৰত আৰম্ভ হ'ল বাৰ্ষিক মহোৎসৱ ৷ ২৫ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব বাৰ্ষিক মহোৎসৱ ৷

annual function start at baksha_moina pukhuri
মইনা পুখুৰী ভূইচম্পাদেৱী মন্দিৰত বাৰ্ষিক মহোৎসৱ

বৰমা, ২৫ জানুৱাৰী : বাক্সা জিলাৰ নিকাচিত থকা মইনাপুখুৰী ভূইচম্পাদেৱী মন্দিৰত শনিবাৰৰ পৰা অহা ২ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব বাৰ্ষিক মহোৎসৱ ৷ শনিবাৰে পুৱা বজাত মুখ্য তোৰণ উন্মোচন কৰে মইনা পুখুৰী সমিতিৰ উপদেষ্টা ভোলা ভট্টৰায়ে ৷ ধৰ্মধ্বজা উত্তোলন কৰে বিশিষ্ট সমাজ কৰ্মী মুনসিং ব্ৰহ্মই আৰু স্মৃতি তৰ্পণ কৰে পৰিচালনা সমিটিৰসভাপতি ধন বাহাদুৰ পৰিয়াৰে ৷ মুখ্য দ্বাৰ উন্মোচন কৰে চাপাগুৰি সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে ৷ ভক্তপ্ৰাণ ৰাইজৰ সমাগমে উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰে সভাপতি ধনবাহাদুৰ পৰিয়াৰে ৷ বাৰ্ষিক মহোৎসৱত গুপ্তনৱৰাত্ৰ উপলক্ষে চণ্ডী, ৰুদ্ৰী পাঠ শ্ৰী শ্ৰী দেৱী ভাগৱত শাস্ত্ৰ প্ৰৱচনৰ বিশাল মেলা আয়োজন হৈছে বুলি মন্তব্য কৰে ৷

মইনা পুখুৰী ভূইচম্পাদেৱী মন্দিৰত বাৰ্ষিক মহোৎসৱ

আৰু পঢ়ক : বৰমাত বিচিটিৰ প্ৰথমখন কৃষক সমাৰোহ

Intro:Body:মইনা পুখুৰী ভূইচম্পাদেৱী মন্দিৰত বাৰ্ষিক মহোৎসৱঃ
২৫ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ ৷
বৰমা, ২৫ জানুৱাৰীঃ
বাক্সা জিলাৰ নিকাচিত থকা মইনাপুখুৰী ভূইচম্পাদেৱী মন্দিৰত আজিৰে পৰা অহা ২ ফেব্ৰুৱাৰীলৈ বাৰ্ষিক মহোৎসৱ গুপ্তনৱৰাত্ৰ উপলক্ষে চন্ডি, ৰুদ্ৰী পাঠ শ্ৰী শ্ৰী দেৱী ভাগৱত শাস্ত্ৰ প্ৰৱচনৰ বিশাল মেলা আয়োজন কৰিছে ৷ তদুপলক্ষে আজি ৰাতিপুৱা ৯ বজাত মুখ্যতোৰণ উন্মোচন কৰে মইনা পুখুৰী সমিতিৰ উপদেষ্টা ভোলা ভট্টৰাইয়ে, ৯.৩০ বজাত ধৰ্মধজা উত্তোলন কৰে মুনসিং ব্ৰহ্ম ( বিশিষ্ট সমাজ কৰ্মী) ইয়াৰ পিছত স্মৃতি তৰ্পণ কৰে পৰিচালনা সমিটিৰসভাপতি ধন বাহাদুৰ পৰিয়াৰে ৷ ১০ বজাত মুখ্য দ্বাৰ উন্মোচন কৰে চাপাগুৰী সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে ৷ মন্দিৰৰ দ্বাৰ উন্মোচন কৰে বিটিচিৰ ই.এম. অনসুমৈ শুংগুৰ বড়োৱে ৷ ইতিমধ্যে বহু দুৰ দুৰণীৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি ভৰি পৰা বুলি জানিবলৈ দিছে সভাপতি ধনবাহাদুৰ পৰিয়াৰে ৷
বাইটঃ সভাপতি ধনবাহাদুৰ পৰিয়াৰ ৷

বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.