বাক্সা, 28 মে': মঙলবাৰে এবছুৰ তামুলপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয় ৷ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্থায়ী প্ৰেক্ষাগৃহত অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা প্ৰায় 32 গৰাকী ছাত্ৰ-ছাত্ৰীক এখন আৰনাই, মান পত্ৰ , বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিচ্ছবি আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয় ৷
বাক্সাত বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
প্ৰতি বছৰে নিখিল বড়ো ছাত্ৰ সন্থাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনাই আহিছে ৷ সম্বৰ্ধনা সভাখনৰ আৰম্ভণিতে নিখিল বড়ো ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰোমিঅ পি নাৰ্জাৰীয়ে ভাষণ প্ৰদান কৰে ৷
বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা
বাক্সা, 28 মে': মঙলবাৰে এবছুৰ তামুলপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয় ৷ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্থায়ী প্ৰেক্ষাগৃহত অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা প্ৰায় 32 গৰাকী ছাত্ৰ-ছাত্ৰীক এখন আৰনাই, মান পত্ৰ , বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিচ্ছবি আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয় ৷
Intro:তামুলপুৰ এবছুৰ উদ্যোগত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীক সম্বোধনা ।
Body: প্ৰতি বছৰে নিখিল বড়ো ছাত্র সন্থাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী সকলক সম্বোধনা জনাই আহিছে । সেয়ে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ জনগোষ্ঠীটোৰ ছাত্র ছাত্ৰী সকলক নিখিল বড়ো সন্থাৰ(এবছু) ৰ তামুলপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত মঙ্গলবাৰে দিনৰ ১২ বজাত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্থায়ী প্ৰেক্ষাগৃহত অঞ্চলতোৰ বিভিন্ন বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাৰ প্ৰায় ৩২ গৰাকী ছাত্র ছাত্ৰীক এখন আৰনাই, মান পত্ৰ বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিচ্ছবি আৰু কিতাপৰ টোপোলাৰে সম্বোধনা জনাই ।
Conclusion:সভাৰ আৰম্ভণি ভাষণ প্ৰদান কৰে নিখিল বড়ো ছাত্র সন্থাৰ উপ-সভাপতি ৰোমিঅ পি নাৰ্জাৰীয়ে । সভাখন পৰিচালনা কৰে তামুলপুৰ আঞ্চলিক এবছুৰ সভাপতি অজিত বড়োৱে আৰু সভাখনত কেইবাখনো বিদ্যালয়ৰ শিক্ষকসকলৰ লগতে ছাত্ৰ ছাত্ৰী সকলে উপস্থিত থাকি সম্বোধনা সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।