ETV Bharat / state

বাক্সাৰ তামুলপুৰৰ আন্তঃৰাষ্ট্ৰীয় পথত অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদ

অসম চৰকাৰে কেবিনেটত অসমীয়া ভাষাক বিটিএডিত সহযোগী ভাষা হিচাপে বলবৎ কৰাৰ সিদ্ধান্ত লৈছিল ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি তামুলপুৰ জিলা অবড়ো সুৰক্ষা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Tamulpur
অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদ
author img

By

Published : Dec 23, 2019, 5:34 PM IST

বাক্সা, 23 ডিচেম্বৰঃ অসম চৰকাৰে কেবিনেটত , বিটিএডিত অসমীয়া ভাষাক সহযোগী ভাষা হিচাপে কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱাত তামুলপুৰ জিলা অবড়ো সুৰক্ষা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰ পৰিপ্ৰেক্ষিততে সোমাবাৰে সংগঠনটোৱে ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি চৰকাৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে ৷

অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদ

প্ৰতিবাদকাৰী সকলে বিটিএডিত অসমীয়া ভাষাৰ অস্তিত্ব ৰাখক, বি টি এ ডিত অসমীয়া ভাষাক জীয়াই থাকিবলৈ দিয়ক, সৰ্বানন্দ সোণোৱাল হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী ধ্বনিৰে ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে ।

লগতে পঢ়ক- আদালতত হাজিৰ আলফা নেতা জিতেন দত্তক

Intro:বাক্সাৰ তামুলপুৰৰ ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় পথত অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদ ।

Body:অসমীয়া ভাষাক বি টি এ ডিত সহযোগী ভাষা হিচাপে অসম চৰকাৰে কেবিনেত সিদ্ধান্ত লোৱাত তীব্ৰ বিৰোধীতা কৰিছে তামুলপুৰ জিলা অবড়ো সুৰক্ষা সমিতিয়ে। আজি ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে তামুলপুৰ জিলা অবড়ো সুৰক্ষা সমিতিয়ে।

Conclusion: প্ৰতিবাদ কাৰী সকলে বি টি এ ডি ত অসমীয়া ভাষাৰ অস্তিত্ব ৰাখক, বি টি এ ডিত অসমীয়া ভাষাক জীয়াই থাকিবলৈ দিয়ক, সৰ্বানন্দ সনোৱাল হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায়, হায় আদি ধ্বনিৰে ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে।

ভাষ্য : নেতা

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.