ETV Bharat / state

তামুলপুৰত পশ্চিম বংগৰ সন্দেহজনক ব্যক্তি

সোমবাৰে ব্যক্তিজনক প্ৰত্যক্ষ কৰি স্থানীয় লোকে সোধ-পোচ কৰাত ব্যক্তি গৰাকীয়ে নিজকে পশ্চিম বংগৰ আলীপুৰ দুৱাৰৰ অজিত দেৱনাথ বুলি চিনাকি দিয়ে ।

তামুলপুৰত পশ্চিম বংগৰ সন্দেহজনক ব্যক্তি
author img

By

Published : Jul 2, 2019, 8:40 AM IST

তামুলপুৰ,2 জুলাই : তামুলপুৰৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত ভোগপুৰ মৰমীৰ চকত অচিনাকি ব্যক্তি ৷ সোমবাৰে ব্যক্তিজনক প্ৰত্যক্ষ কৰি স্থানীয় লোকে সোধ-পোচ কৰাত ব্যক্তিগৰাকীয়ে নিজকে পশ্চিম বংগৰ আলীপুৰ দুৱাৰৰ অজিত দেৱনাথ বুলি চিনাকী দিয়ে। ব্যক্তিজনক সন্দেহজনক অৱস্থাত প্ৰত্যক্ষ কৰি গোৰেশ্বৰ আৰক্ষী থানাত চমজাই দিয়ে স্থানীয় ৰাইজে ৷

Intro:তামুলপুৰৰ গোৰেশ্বৰ মৰমী চকত নিশা ১০বজাত এগৰাকী অচিনাকি ব্যক্তি।Body:তামুলপুৰ ১/৭/১৯,
তামুলপুৰৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত ভোগপুৰ মৰমীৰ চকত আজি নিশা প্ৰায় ১০ বজাত এগৰাকী অচিনাকি ব্যক্তি ক প্ৰত্যক্ষ কৰে কেইগৰাকীমান স্থানীয় লোকে।স্থানীয় লোক সকলে ব্যক্তি গৰাকীক সোধ পোচ কৰাত ব্যক্তি গৰাকীয়ে নিজকে পশ্চিম বংগৰ আলীপুৰ দুৱাৰৰ অজিত দেৱনাথ বুলি চিনাকি দিয়ে। ব্যক্তি গৰাকী কেনেকৈ এই অঞ্চল টোলৈ আহিল ই এক ৰহস্য ৰ বিষয় হৈ পৰিছে।
স্থানীয় লোকৰ তত পৰতাত লোক গৰাকীক গোৰেশ্বৰ আৰক্ষী থানাত চমজাই দিয়া হয়।
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা, ETV Bharat Assam.Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.