ETV Bharat / state

বোকোচাত উঠিয়ে ভোটাধিকাৰ সাব্যস্ত কৰিলে 105 বছৰীয়া আইতাই

author img

By

Published : Apr 19, 2019, 4:04 AM IST

মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰৰ বেঙেনাহাটী মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে সমষ্টিৰ বেদুউল্লা বিবী নামৰ 105 বছৰীয়া মহিলাগৰাকীয়ে ৷

etv bharat

বাক্সা, 19 এপ্ৰিলঃ বাক্সা জিলাত মংগলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰৰ বেঙেনাহাটী মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত বোকোচাত উঠিয়েই ভোটাধিকাৰ সাব্যস্ত কৰিলে 105 বছৰীয়া আইতাগৰাকীয়ে ৷ ৫নং গোৰেশ্বৰৰ এই ১০৫ বছৰীয়া মহিলা গৰাকীৰ নাম বেদুউল্লা বিবী ৷

etv bharat
বোকোচাত উঠিয়ে ভোটাধিকাৰ সাব্যস্ত কৰিলে 105 বছৰীয়া আইতাই

নিজ বাসগৃহৰ পৰা ভোটগ্ৰহণ কেন্দ্ৰটো ২ কিলোমিটাৰ আতৰত থকাৰ বাবে গাঁৱৰে যুৱক ধনবৰ আলীৰ বোকোচাত উঠিয়েই ভোট দিলেহি বেদুউল্লা বিবীয়ে ৷ তেওঁৰ কয়, এখন সুস্থিৰ চৰকাৰ গঠন কৰাৰ বাবে ভোটদান কৰাটো খুবেই প্ৰয়োজন ৷ 105 টা বছৰ গৰকা মহিলা গৰাকীয়ে এইবাৰ 2019 বৰ্ষৰ লোকসভা নিৰ্বাচনতো ভোটদান কৰিবলৈ পাই আনন্দিত হৈ পৰে ৷

Intro:১৮/৪/২০১৯.
দ্বীপেন শৰ্মা.
তামুলপুৰ.
বোকোচাত উঠি ভোট গ্ৰহণ কেন্দ্ৰ লৈ বাক্মাৰ গোৰেশ্বৰত ১০৫বছৰীয়া বৃদ্ধা।
Body:বাক্মা জিলাৰ মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰৰ বেঙেনাহাটী M E স্কুল ভোট গ্ৰহণ কেন্দত ৫নং গোৰেশ্বৰৰ বেদুউল্লা বিবী নামৰ ১০৫বছৰ বয়সীয়া মহিলা গৰাকী ভোট দান সাব্যস্ত কৰে।এখন সুস্থিৰ চৰকাৰ গঠন কৰাৰ উদ্দেশ্যে গাৱৰে যুৱক ধনবৰ আলীৰ বোকোচাত উঠি ২ কিলোমিটাৰ আতৰত থকা ভোট গ্ৰহণ কেন্দত উপস্থিত হয় বৃদ্ধা গৰাকী।১০৫বছৰ বয়সীয়া বৃদ্ধা গৰাকীয়ে ভোট দান সাব্যস্ত কৰি আনন্দত আত্মহাৰা হৈ পৰে।
১৮/৪/২০১৯
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat.Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.