ETV Bharat / state

ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেলৰ ভোটাৰ্চ জনজাগৰণ সভা - ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেল

পুনৰ পাঁচ বছৰ ভোটাৰ্চে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হব লাগিব

ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেলৰ ভোটাৰ্চ জনজাগৰণ সভা
author img

By

Published : Mar 13, 2019, 1:33 AM IST

বাক্সা, 12 মাৰ্চঃবাক্সাতভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেলৰ এখনজনজাগৰণ সভা অনুষ্ঠিত হয়।জিলা ভি পি আই সমিতিৰ সভানেত্ৰী দিপালী শৰণীয়া বড়োৰ সঞ্চালনত অনুষ্ঠিত সভাৰ আত ধৰে ভি পি আইৰ ৰাজ্যিক সমিতিৰ সম্পাদক বিপুল নাৰ্জাৰীয়ে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভি পি আইৰ নীতি নিৰ্দেশক, ৰাজনীতি সুধাকৰ বিশ্বাত্মা ভৰত গান্ধী ।

ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেলৰ ভোটাৰ্চ জনজাগৰণ সভা

ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেলৰ নীতি নিৰ্দেশকে মোডী চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়- যদি ভোটাৰ্চৰ মাহিলি বেতনৰ কোনো ব্যৱস্থা নাই তেন্তে মোডী চৰকাৰে কিয় বছৰত ছয় হাজাৰ টকা দিয়াৰ চিন্তা কৰিছে ৷ তদুপৰি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়েও সভাই সমিতিয়ে ভোটাৰ্চক তিনি হাজাৰ টকা দিব বুলি ঘোষণা কৰিছে ৷ আমাৰ উত্থানত সংকিত হৈ বি,জে,পি আৰু কংগ্ৰেছে এনেবোৰ কৰিবলৈ বাধ্য হৈছে বুলিও সদৰি কৰে ৷ যদিহে ২০১৯ ৰ লোকসভা নিৰ্বাচনত ভি,পি,আইয়ে জয়লাভ নকৰে তেন্তে পুনৰ পাচ বছৰ ভোটাৰ্চে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হব লাগিব ৷ প্ৰেমৰে বিশ্ব পৰিৱৰ্তন মিচনত আগাবঢ়িছে আৰু এদিন সফল হব বুলি দাবী কৰে। আনহাতে বাক্সা জিলাৰ উদ্যোগত আৰু গোৰেশ্বৰ ব্লক সমিতিৰ সহযোগত অনুষ্ঠিত ভোটাৰ্চ জনজাগৰণ সভাত ৰাজ্যিক সমিতিৰ উপ-সভাপতি সুনীল সৰকাৰ, সদস্য মহেন্দ্ৰ ওৰাং, পুৰ্ণিমা ডেকা,ৰাজেশ নাৰ্জাৰীৰ লগতে ৰাজ্যিক মেডিয়াচেলৰ সভাপতি পবিত্ৰ বড়োও সভাত উপস্থিত থাকে ।

Intro:ভোটাৰ পাৰ্টি আত্মীয় বিশ্বাসী হৈ পৰিছে চৰকাৰ গঠন কৰিবলৈ ।
বাক্সাৰ গোৰেশ্বৰত ভাৰত গান্ধীৰBody:সমাগত লোকসভা নিৰ্বাচন ৷ লোকসভা নিৰ্বাচনৰ বাবে সাজু ৰাজনৈতিক দলসমুহ ৷আজি বাক্সাৰ নাওকাটাত নিৰ্বাচনী প্ৰচাৰ বাবে ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেলৰ এখনি ভোটাৰ্চ জনজাগৰণ সভা অনুষ্ঠিত হয় ৷ বাক্সা জিলা ভি পি আই সমিতিৰ সভানেত্ৰী দিপালী শৰণীয়া বড়োৰ সঞ্চালনত অনুষ্ঠিত সভাৰ আত ধৰে ভি পি আইৰ ৰাজ্যিক সমিতিৰ সম্পাদক বিপুল নাৰ্জাৰীয়ে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভি পি আইৰ নীতি নিৰ্দেশক, ৰাজনীতি সুধাকৰ বিশ্বাত্মা ভৰত গান্ধীয়ে কয়- ভোটাৰ্চৰ মৌলিক অধিকাৰৰ জৰিয়তে প্ৰতিজন ভোটাৰ্চক মাহিলি বেতন দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু ভোটাৰ্চ সকলক জাগ্ৰত কৰি মাহে ছয় হাজাৰ টকা পোৱাৰ ব্যৱস্থা কৰিব আৰু ভি পি আইৰ এনে প্ৰচাৰৰ বাবে মোডী চৰকাৰে বছৰত ছয় হাজাৰ টকাকে দিবলৈ আৰম্ভ কৰিছে ৷ ভাষন প্ৰসংগত তেও মোডী চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়- যদি ভোটাৰ্চৰ মাহিলি বেতনৰ কোনো ব্যৱস্থা নাই তেন্তে মোডী চৰকাৰে কিয় বছৰত ছয় হাজাৰ টকা দিয়াৰ চিন্তা কৰিছে ৷ তদুপৰি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়েও সভাই সমিতিয়ে ভোটাৰ্চক তিনি হাজাৰ টকা দিব বুলি ঘোষণা কৰিছে ৷ এয়া আমাৰ উত্থানত সংকিত হৈ বি,জে,পি আৰু কংগ্ৰেছে এনেবোৰ কৰিবলৈ বাধ্য হৈছে বুলিও সদৰি কৰে ৷ যদিহে ২০১৯ ৰ লোকসভা নিৰ্বাচনত ভি,পি,আইয়ে জয়লাভ নকৰে তেন্তে পুনৰ পাচ বছৰ ভোটাৰ্চে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হব লাগিব ৷Conclusion:তেওঁ প্ৰেমৰে বিশ্ব পৰিৱৰ্তন মিচনত আগাবঢ়িছে আৰু এদিন সফল হব বুলি দাবী কৰে। ইপিনে,উক্ত সভাত ভিপিআইৰ ৰাজ্যিক সমিতিৰ সদস্য আবু চামাই ভোটাৰসকলৰ প্ৰাপ্য অধিকাৰৰ ওপৰত ভাষণ ৰাখে আৰু ভোটাৰ্চসকলক চিলিণ্ডাৰৰ ছবিত ভোট দি বিশ্ব পৰিৱৰ্তন মিচনত সহায় কৰিব বুলি আশা কৰে ৷আনহাতে বাক্সা জিলাৰ উদ্যোগত আৰু গোৰেশ্বৰ ব্লক সমিতিৰ সহযোগত অনুষ্ঠিত ভোটাৰ্চ জনজাগৰণ সভাত ৰাজ্যিক সমিতিৰ উপ-সভাপতি সুনীল সৰকাৰ, সদস্য মহেন্দ্ৰ ওৰাং, পুৰ্ণিমা ডেকা,ৰাজেশ নাৰ্জাৰীৰ লগতে ৰাজ্যিক মেডিয়াচেলৰ সভাপতি পবিত্ৰ বড়োও সভাত উপস্থিত থাকে ৷

Ajit Rabha Baksa
ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.