ETV Bharat / state

ভূটানৰ প্ৰদূষিত পানীৰ আতংক - বাক্সা

বাক্সাত বিঘাই বিঘাই নষ্ট কৃষিপথাৰ

author img

By

Published : Feb 7, 2019, 4:50 PM IST

বাক্সা,৭ ফেব্ৰুৱাৰী: বাক্সাৰ কৃষক জীৱনলৈ বিপদ মাতিছে
ভূটানৰ প্ৰদূষিত পানীয়ে ৷
বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ পাহাৰপুৰৰ তিনিশটা পৰিয়ালৰ জীৱন -জীৱিকালৈ ভাবুকি কঢ়িয়াইছে ভূটানৰ প্ৰদূষিত পানীয়ে ৷

undefined

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ দেওঠানৰ কয়লাখনিৰ পৰা বৈ অহা পানীয়ে প্ৰদূষিত কৰিছে সমগ্ৰ অঞ্চলটোৰ কৃষিভূমি তথা কৃষিভূমিৰ উৰ্বৰা শক্তি ৷ ফলত ছন পৰি ৰৈছে বিঘাই বিঘাই কৃষিপথাৰ ৷ উল্লেখ্য যে, ভূটানৰ দেওঠানৰ কয়লাখনিৰ প্ৰদূষিত পানী সীমান্তৰ পৰা বৈ অহা লেব্ৰা নদীৰে গাঁৱখনত প্ৰৱেশ কৰাত গাঁৱখনৰ কৃষিপথাৰত তেলৰ ডাঠ চামনিৰ সৃষ্টি হোৱাৰ লগতে প্ৰদূষিত হৈছে গাঁৱখনৰ খাল, পুখুৰীৰ পানী ৷ ফলত এটুপি বিশুদ্ধ পানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে গাঁৱবাসীয়ে ৷

Intro:ভূটানৰ প্ৰদূষিত পানীয়ে বাক্সাৰ পাহাৰপুৰ জন জীৱনলৈ কঢ়িয়াই আনিছে ভাবুকি ।Body: ভূটানৰ প্ৰদূষিত পানীয়ে বিপদ মাতিছে বাক্সাৰ কৃষকৰ জীৱন -জীৱিকালৈ ৷
এই দৃশ্য বাক্সা জিলাৰ ভাৰত -ভূটান সীমান্তৰ পাহাৰপুৰৰ ৷ পাহাৰপুৰৰ তিনিশ পৰিয়ালৰ জীৱন -জীৱিকালৈ ভাবুকি কঢ়িয়াইছে ভূটানৰ প্ৰদূষিত পানীয়ে ৷ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ দেওঠানৰ কয়লাখনিৰ পৰা বৈ অহা পানীয়ে প্ৰদূষিত কৰিছে সমগ্ৰ অঞ্চলটোৰ কৃষিভূমি ৷ কয়লাখনিৰ পৰা বৈ অহা প্ৰদূষিত পানীয়ে বিনষ্ট কৰিছে অঞ্চলটোৰ কৃষিভূমিৰ উৰ্বৰা শক্তি ৷ ফলত বিঘাই বিঘাই ছন পৰি ৰৈছে কৃষিপথাৰ ৷ উল্লেখ্য যে ভূটানৰ দেওঠানৰ কয়লাখনিৰ প্ৰদূষিত পানী সীমান্তৰ পৰা বৈ অহা লেব্ৰা নদীৰে গাঁৱখনত প্ৰৱেশ কৰাত গাঁৱখনৰ কৃষিপথাৰত তেলৰ ডাঠ চামনিৰ সৃষ্টি হোৱাৰ বিপৰিতে গাঁৱখনৰ খাল, পুখুৰীৰ পানীও প্ৰদূষিত হৈ পৰিছে ৷ Conclusion: যাৰবাবে গাঁৱখনৰ ৰাইজে এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ জানিব দিয়া মতে প্ৰদূষিত পানীৰ ফলত সৃষ্টি হোৱা তেল জাতীয় ডাঠ চামনিয়ে অঞ্চলটোৰ কৃষিভূমিৰ উৰ্বৰা শক্তি কমায় দিয়াত ৰাইজে খেতি কৰিবলৈ এৰি দিছে ৷ আনহাতে খোৱাপানীৰ বাবেও ৰাইজে হাহাকাৰ কৰিব লগা হৈছে যদিও ভূটানৰ প্ৰদূষিত পানী বন্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে ৷
বাইট— স্থানীয় ব্যক্তি ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.