ETV Bharat / state

বিপদসংকুল অৱস্থাত মটঙানদীৰ মাজৰ দুটাকৈ বিদ্যুৎ পৰিবাহী খুটা

যিকোনো মূহুৰ্ততে সংঘটিত হ'ব পাৰে অঘটন

যিকোনো মূহুৰ্ততে খহি পৰিব পাৰে বিদ্যুতৰ খুঁটা দুটা
author img

By

Published : Feb 27, 2019, 11:39 AM IST

বাক্সা, ২৭ ফেব্ৰুৱাৰীঃবাক্সাৰ তামুলপুৰ বিদ্যুৎসংমণ্ডলৰ অন্তৰ্গত বগাজুলীৰ মটঙানদীৰ মাজত বিপদসংকুল অৱস্থাত দুটাকৈ বিদ্যুৎ পৰিবাহী খুটা। যিকোনো মূহুৰ্ততে উঘালি পৰিব পাৰে খুটা দুটা । যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । যদিও এইক্ষেত্ৰত কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ।

যিকোনো মূহুৰ্ততে খহি পৰিব পাৰে বিদ্যুতৰ খুঁটা দুটা

বিগত বহুবছৰ ধৰি বানপানীৰ কৱলত পৰি বিধস্ত হৈ অহা বিদ্যুতৰ খুটা দুটা গাঁওবাসীয়ে পুনৰ নিৰ্মাণ কৰিছিল যদিও যোৱা বাৰিষাত পুনৰ বানপানীৰ কৱলত পৰি বিপদসংকুল অৱস্থাত পৰি ৰয় খুটা দুটা । সেয়েহে বাৰিষা অহাৰ পূৰ্বেই খুটা দুটা নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৰাইজে । অন্যথা বাৰিষা অন্ধকাৰত ডুব যাব কেইবাখনো গাঁও ।

Intro:বাক্সা জিলাৰ বগাজুলীৰ মটঙানদীৰ মাজত দুডাল কৈ বিদ্যুতৰ খুটা ।

Body:বাক্সাৰ জিলাৰ তামুলপুৰ বিদ্যুত সংমণ্ডৰ অধিন্থ বগাজুলীৰ মটঙানদীৰ মাজত থকা দুডালকৈ বিদ্যুত পৰিবাহী খুটা যিকোনো মহুৰ্তত উঘালী পৰা সম্ভাৱনা নুই কৰিব নোৱাৰি। জানিব পৰা মতে স্থানীয় ৰাইজে দান বৰঙণি তুলি যোৱা বছৰৰ বাৰিষাতে প্ৰায় ১০ হাজাৰ টকা খৰচ কৰি সুৰক্ষা বেৰ নিৰ্মাণ কৰিছিল কিন্তু যোৱা বাৰিষাতে কেইবাবাৰো গৰাহ খহনীয়াৰ কবলত পৰি বৰ্তমান বিপদ সংকুল ভাৱে পৰি আছে । এইক্ষেত্ৰত তামুলপুৰ বিদ্যুত সংমণ্ডৰ বিভাগৰ লগত যোগাযোগ কৰিছিল যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । বৰ্তমান ৰাইজে বিছাৰে যে যিহেতু বাৰিষা আহিবলৈ আৰু বেছি দিন নাই । গতিকে এতিয়াই এই দুই ডাল বিদ্যুতৰ খুটাৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰিবলৈ বাৰিষা কেইবাখনো গাওঁ এন্ধাৰত যে দুৱ যাব সেই কিন্তু নিচ্ছিত । এতিয়া এই দুডাল বিদ্যুতৰ খুটা অতিশিঘ্ৰই মেৰামতি কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে ।

Conclusion:আনহাতে এই বিষয়ে তামুলপুৰ বিদ্যুত সমণ্ডলৰ একাংশ চৰকাৰী চাকৰি কৰিও উপ ঠিকা কৰা বিষয়া কৰ্মচাৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া পৰিৱৰ্তী সময়তহে লক্ষণীয় হব ।

ভাষ্য :স্থানীয় ৰাইজ

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.