ETV Bharat / sports

মণ্টেৰী অ’পেনৰ ফাইনেলত আজাৰেংকা

author img

By

Published : Apr 7, 2019, 10:46 PM IST

এঞ্জেলিক কৰ্বেৰক পৰাস্ত কৰি মণ্টেৰী অ’পেনৰ ফাইনেলত স্থান লাভ প্ৰাক্তন এক নম্বৰ মহিলা টেনিছ খেলুৱৈ ভিক্টৰিয়া আজাৰেংকাৰ ৷ 6-4, 4-6, 6-1 ছেটত পৰাস্ত এঞ্জেলিক কৰ্বেৰ ৷

মণ্টেৰী অ’পেনৰ ফাইনেলত আজাৰেংকা

স্পৰ্টছ ডেস্ক, 7 এপ্ৰিল : মেক্সিকোত অনুষ্ঠিত হোৱা মণ্টেৰী অ’পেনৰ ছেমিফাইনেলত জয় লাভ ভিক্টৰিয়া আজাৰেংকাৰ ৷ বিশ্বৰ প্ৰাক্তন এক নম্বৰ খেলুৱৈ তথা গ্ৰেণ্ড শ্লাম বিজয়ী এঞ্জেলিক কাৰ্বেৰক পৰাস্ত কৰি ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হয় আজাৰেংকাই ৷

মণ্টেৰী অ’পেনৰ ফাইনেলত আজাৰেংকা

এঞ্জেলিক কাৰ্বেৰৰ বিৰুদ্ধে 6-4, 4-6, 6-1 ছেটত জয়ী হয় ভিক্টৰিয়া আজাৰেংকা ৷ এতিয়া ফাইনেলত স্পেইনৰ গাৰবাইন মুগুৰুজা বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভিক্টৰিয়া আজাৰেংকা ৷

victoria-azarenka-beats-angelique-kerber
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.