ETV Bharat / sports

এছিয়ান কাপ টেবুল টেনিছঃ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত জি.ছাথিয়ান

চাইনিছ খেলুৱৈৰ হাতত কোৱাৰ্টাৰ ফাইনলত পৰাস্ত হৈ এছিয়ান কাপ টেবুল টেনিছ প্ৰতিযোগিতাৰ পৰা বাহিৰ ভাৰতীয় খেলুৱৈ জি. ছাথিয়ান ৷ পাঁচমেচৰ ছেটত 4-1 ব্যৱধানত পৰাস্ত হয় ছাথিয়ান

এছিয়ান কাপ টেবুল টেনিছ : কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত জি.ছাথিয়ান
author img

By

Published : Apr 6, 2019, 6:29 PM IST

স্পৰ্টছ ডেস্ক, 6 এপ্ৰিলঃ শনিবাৰে এছিয়ান কাপ টেবুল টেনিছৰ কোৱাৰ্টাৰ ফাইনেলত পৰাজয় বৰণ কৰে ভাৰতৰ টেবুল টেনিছ খেলুৱৈ জি. ছাথিয়ানে ৷ পূৰ্বৰ বিশ্ব চেম্পিয়ন তথা অলিম্পিক বিজয়ী চীনৰ মা লং ৰ হাতত 11-5, 11-5, 6-11, 11-6, 11-3 ছেটত পৰাস্ত হয় ছাথিয়ান ৷ এই জয়ৰে ছেমি ফাইনেলত স্থান লাভ কৰে চীনৰ খেলুৱৈগৰাকীয়ে ৷ কাজাখাস্তানৰ খেলুৱৈক পৰাস্ত কৰি অন্তিম আঠত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ছাথিয়ানে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.