ETV Bharat / sports

বাৰ্ছিলোনা অ'পেন: ছেমিফাইনেলত পৰাস্ত 11 বাৰৰ চেম্পিয়ন নাডাল

author img

By

Published : Apr 28, 2019, 11:56 PM IST

বাৰ্ছিলোনা অ'পেনৰ ছেফিফাইনেলত পৰাস্ত স্পেইনৰ ৰাফেল নাডাল । অষ্ট্ৰিয়াৰ ড'মিনিক থীমৰ হাতত পৰাস্ত 11 বাৰৰ চেম্পিয়ন নাডাল ৷

বাৰ্ছিলোনা অ'পেন: ছেমিফাইনেলত পৰাস্ত 11 বাৰৰ চেম্পিয়ন নাডাল

স্পৰ্টছ ডেস্ক, 28 এপ্ৰিলঃ ড'মিনিক থীমৰ হাতত পৰাস্ত হৈ বাৰ্ছিলোনা অ'পেনৰ পৰা বাহিৰ হ'ল ৰাফেল নাডাল ৷ ছেমিফাইনেলত 6-4, 6-4 ছেটত পৰাজয়ৰ সন্মুখীন হয় 11 বাৰৰ বাৰ্ছিলোনা অ'পেনৰ চেম্পিয়ন নাডাল ৷ মেচখনত বিশ্বৰ পঞ্চম স্থানত থকা থীমে প্ৰথম ছেটত 3-2 ৰ ব্যৱধানত পিচপৰি থকাৰ পাচতো জয় লাভ কৰিবলৈ সক্ষম হয় ৷ এতিয়া দেওবাৰে ডেনিয়ল মেদৱেদেৱৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ'ব থীম ৷

ছেমিফাইনেলত পৰাস্ত 11 বাৰৰ চেম্পিয়ন নাডাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.