ETV Bharat / sports

ডেভিছ কাপঃ প্ৰথম দিনত 2-0ৰে অগ্ৰগতি ভাৰতৰ

author img

By

Published : Nov 30, 2019, 12:07 PM IST

পাকিস্তানৰ বিৰুদ্ধে ডেভিছ কাপৰ প্ৰথম দিনা 2-0ত অগ্ৰগতি লাভ কৰিছে ভাৰতীয় টেনিছ দলে ৷ প্ৰথম দিনা ভাৰতৰ হৈ সুমিত নাগাল আৰু ৰামকুমাৰ ৰামানাথনে জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷

প্ৰথম দিনা ভাৰতৰ 2-0 ত অগ্ৰগতি
ডেভিছ কাপ

স্পৰ্টছ ডেস্ক, 30 নৱেম্বৰঃ শুকুৰবাৰে অনুষ্ঠিত ডেভিছ কাপৰ প্ৰথম মেচত পাকিস্তানৰ বিৰুদ্ধে 2-0 ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ভাৰতীয় টেনিছ দলে ৷ প্ৰথম দিনাৰ দুয়োখন মেচত টেনিছ তাৰকা ৰামকুমাৰ ৰামানাথন আৰু সুমিত নাগালে জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷

ৰামানাথনে পাকিস্তানৰ প্ৰতিদ্বন্দী মহম্মদ ছোৱেইবক 6-0, 6-0 ব্যৱধানত পৰাস্ত কৰে ৷ আনখন মেচত সুমিত নাগালে হুজাইফা আব্দুল ৰহমানক 6-0, 6-2 ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয় ৷

ডেভিছ কাপ
সুমিত নাগাল

প্ৰতিযোগিতাখনত ভাৰতৰ টেনিছ তাৰকা লিয়েণ্ডাৰ পেজ আৰু জীৱন নেদানছেজিয়ানে শনিবাৰে হুফাইজা আৰু ছোৱেইবৰ বিৰুদ্ধে ডাবলছ মেচত অৱতীৰ্ণ হ'ব ৷

আৰু পঢ়ক : মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগত দুৰ্ঘটনাঃ নিহত 14

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.