ETV Bharat / sports

অৱধাৰিত হৈ থকাটো বৃহৎ প্ৰত্যাহ্বান : ইগা স্বিয়াটেক - নাওমি অছাকা

ইগা স্বিয়াটেকে ৰোলাণ্ড গাৰোছ ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত প্ৰথমটো গ্ৰেণ্ড শ্লাম জয়ী হয় । ১৪খন গ্ৰেণ্ড শ্লামৰ ১১ সংখ্যক খেলুৱৈ হয় ইগা স্বিয়াটেক ।

অৱধাৰিত হৈ থকাটো বৃহৎ প্ৰত্যাহ্বান : ইগা স্বিয়াটেক

author img

By

Published : Oct 14, 2020, 5:42 PM IST

স্পৰ্টছ ডেস্ক, ১৪ অক্টোবৰ : ৰোলান্ড গাৰোছত দেখুওৱা খেল অৱধাৰিত ৰখাটোৱে হ'ব ইগা স্বিয়াটেকৰ বাবে ডাঙৰ প্ৰত্যাহ্বান । ১৪ সংখ্যক গ্ৰেণ্ড শ্লামৰ ১১ সংখ্যক বিজয়ী ফ্ৰান্স অপেনৰ চেম্পিয়ন ১৯ বছৰীয়া পোলেণ্ডৰ তাৰকা খেলুৱৈ গৰাকীয়ে নিজৰ জয়ৰ পিছত এইদৰে কয় ।

অৱধাৰিত হৈ থকাটো বৃহৎ প্ৰত্যাহ্বান : ইগা স্বিয়াটেক
অৱধাৰিত হৈ থকাটো বৃহৎ প্ৰত্যাহ্বান : ইগা স্বিয়াটেক

মহিলাৰ একক শাখাক নিয়ন্ত্ৰণত ৰখা শেষৰগৰাকী খেলুৱৈ আছিল আমেৰিকাৰ জেৰেঙা উইলিয়ামছ । জানুৱাৰী ২০১৭ৰ পৰা প্ৰায় ১১ গৰাকী মহিলাই ১৪ টা গ্ৰেণ্ড শ্লাম খিতাপ অৰ্জন কৰিছে । ছেৰেণাই ২০১৭ ত তেওঁৰ শেষৰটো অৰ্থাৎ ২৩ সংখ্যক গ্ৰেণ্ড শ্লাম খিতাপ অৰ্জন কৰিছিল ।

নাওমি অছাকা আৰু ছিমোনা হালেপে মাল্টিপল টাইটেল; যাৰ ভিতৰত অছাকাই ৩টা আৰু হালেপে ২টা জয় কৰিছে । অছাকাই শেষৰটো ইউএছ অপেন জয় কৰিছে । স্বিয়াটেকে অছাকাৰ পৰাই অনুপ্ৰানিত হৈছিল ।

স্বিয়াটেকে কয় যে, অৱধাৰিত ৰখাটোৱে হ'ব মোৰ বাবে বৃহৎ প্ৰত্যাহ্বান । মই ভাবো মহিলা টেনিছে এই সমস্যাৰ সৈতে যুঁজি আছে । তাৰ বাবে আমাৰ বহুকেইগৰাকী গ্ৰেণ্ড শ্লাম জয়ী আছে । কিয়নো আমি ৰাফেল নাডাল, ৰজাৰ ফেডেৰাৰ আৰু জকভিছৰ দৰে অৱধাৰিত নহয় । তাৰ বাবে মই অৱধাৰিত হৈ থাকিবলৈ লক্ষ্য বান্ধি লৈছো । অৱশ্যে এয়া খুব কঠিন হ'ব ।

দুবছৰ পূৰ্বে ইগাই উইলডম্বন জুনিয়ৰ জয়ী হৈছিল আৰু ফ্ৰান্স অপেনত চাৰিটা স্তৰৰ পোনপটীয়া ছেটত হালেপক পৰাস্ত্ৰ কৰি এই খিতাপ অৰ্জন কৰিছে ।

লগতে পঢ়ক: ধাৰাষাৰ বৰষুণৰ ফলত হায়দৰাবাদত কন্যাৰ লগতে মহিলাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.