ETV Bharat / sports

অষ্ট্ৰেলিয়ান অ’পেনঃ ছেমি ফাইনেলত এশ্লে বাৰ্টী আৰু ছ’ফিয়া কেনিন - অ’নেছ জাবেৰ

পেত্ৰা কভিট’ভা পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেনৰ ছেমি ফাইনেলত প্ৰেৱশ এশ্লে বাৰ্টীৰ ৷ ইপিনে জাবেৰক পৰাস্ত কৰি ছেমিফাইনেলত স্থান লাভ ছেফিয়া কেনিনৰ ৷

অষ্ট্ৰেলিয়ান অ’পেনঃ ছেমি ফাইনেলত এশ্লে বাৰ্টী আৰু ছ’ফিয়া কেনিন
অষ্ট্ৰেলিয়ান অ’পেনঃ ছেমি ফাইনেলত এশ্লে বাৰ্টী আৰু ছ’ফিয়া কেনিন
author img

By

Published : Jan 28, 2020, 1:54 PM IST

স্পৰ্টছ ডেস্ক, 28 জানুৱাৰীঃ

পেত্ৰা কভিট’ভা বনাম এশ্লে বাৰ্টী

মঙলবাৰে পেত্ৰা কভিট’ভাক পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেনৰ ছেমিফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হয় বিশ্বৰ 1 নম্বৰ মহিলা খেলুৱৈ এশ্লে বাৰ্টীয়ে ৷

ছেমি ফাইনেলত এশ্লে বাৰ্টী
ছেমি ফাইনেলত এশ্লে বাৰ্টী

মেচখনত চেক গণৰাজ্যৰ খেলুৱৈগৰাকীক 7-6(8/6), 6-2 ছেটত পৰাস্ত কৰিবলৈ সক্ষম হয় ৷ পৰৱৰ্তী মেচত ছ’ফিয়া কেনিনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব এশ্লে বাৰ্টী ৷

ছেমি ফাইনেলত ছ’ফিয়া কেনিন
ছেমি ফাইনেলত ছ’ফিয়া কেনিন

ইপিনে অন্য এখন মেচত ট্যুনীছিয়াৰ অ’নেছ জাবেৰক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে গ্ৰেণ্ডশ্লাম ছেমিফাইনেলত প্ৰৱেশ কৰে ছ’ফিয়া কেনিনে ৷ 6-4, 6-4 ছেটত জয় লাভ কৰি এই সফলতা লাভ কৰিবলৈ সক্ষম হয় কেনিনে ৷

ছ’ফিয়া কেনিন বনাম জাবেৰ

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.