স্পৰ্টছ ডেস্ক, 9 আগষ্ট : পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্কত উদ্বিগ্নতাৰ সৃষ্টি হোৱাৰ পাচতে ভাৰতৰ ৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছন (AITA) কাষ চাপিব আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছন (ITF) ৰ ৷ ইছলামাবাদত অনুষ্ঠিত হ'বলগা ডেভিছ কাপৰ স্থান সলনি কৰি নিৰপেক্ষ স্থানত আয়োজন কৰাৰ অনুৰোধ কৰাৰ সম্ভাৱনা আছে AITA য়ে ৷ উল্লেখ্য যে, জম্মু - কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণৰ পাছতে ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে বুধবাৰে পাকিস্তানে ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্ক ছেদ কৰিছিল ৷ পাকিস্তানস্থিত ভাৰতৰ কূটনৈতিক বিষয়াক ভাৰতলৈ উভটাই পঠাইছিল পাকিস্তানে ৷
AITA ৰ সচিব প্ৰধান হিৰন্ময় চেতাৰ্জীয়ে মন্তব্য কৰা অনুসৰি, এই পদক্ষেপে ডেভিছ কাপত প্ৰভাৱ পেলাব পাৰে ৷ দুই - তিনি দিনৰ ভিতৰত পৰিস্থিতিয়ে কি ৰূপ ধাৰণ কৰে তাৰ ওপৰত ভিত্তি কৰিহে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷ ইয়াৰ পাছতে এখন নিৰপেক্ষ স্থানৰ বাবে ITF ক অনুৰোধ জনোৱাৰ সম্ভাৱনা ব্যক্ত কৰে চেটাৰ্জীয়ে ৷
উল্লেখ্য যে, ছেপ্তেম্বৰৰ 14 আৰু 15 তাৰিখে পাকিস্তানৰ ৰাজধানী ইছলামাবাদত ডেভিছ কাপৰ আয়োজন কৰা হৈছিল ৷ কোনো ভাৰতীয় ডেভিছ কাপ দলেই 1964 চনৰ পৰা পাকিস্তান ভ্ৰমণ কৰা নাই আৰু মুম্বাইত 2008 চনত সংঘটিত সন্ত্ৰাসবাদ আক্ৰমণৰ পাছৰ পৰা ভাৰতীয় ক্ৰিকেট দলেও পাকিস্তানৰ মাটিত খোজ পেলোৱা নাই ৷
ভাৰত-পাক সম্পৰ্কঃ ডেভিছ কাপৰ বাবে নিৰপেক্ষ স্থানৰ অনুৰোধ AITAৰ
এক নিৰপেক্ষ স্থানৰ বাবে আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনৰ ওচৰ চাপিব ৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছন (AITA) ৷ এই মন্তব্য কৰে AITA ৰ সচিব প্ৰধান হিৰন্ময় চেটাৰ্জীয়ে ৷
স্পৰ্টছ ডেস্ক, 9 আগষ্ট : পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্কত উদ্বিগ্নতাৰ সৃষ্টি হোৱাৰ পাচতে ভাৰতৰ ৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছন (AITA) কাষ চাপিব আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছন (ITF) ৰ ৷ ইছলামাবাদত অনুষ্ঠিত হ'বলগা ডেভিছ কাপৰ স্থান সলনি কৰি নিৰপেক্ষ স্থানত আয়োজন কৰাৰ অনুৰোধ কৰাৰ সম্ভাৱনা আছে AITA য়ে ৷ উল্লেখ্য যে, জম্মু - কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণৰ পাছতে ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে বুধবাৰে পাকিস্তানে ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্ক ছেদ কৰিছিল ৷ পাকিস্তানস্থিত ভাৰতৰ কূটনৈতিক বিষয়াক ভাৰতলৈ উভটাই পঠাইছিল পাকিস্তানে ৷
AITA ৰ সচিব প্ৰধান হিৰন্ময় চেতাৰ্জীয়ে মন্তব্য কৰা অনুসৰি, এই পদক্ষেপে ডেভিছ কাপত প্ৰভাৱ পেলাব পাৰে ৷ দুই - তিনি দিনৰ ভিতৰত পৰিস্থিতিয়ে কি ৰূপ ধাৰণ কৰে তাৰ ওপৰত ভিত্তি কৰিহে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷ ইয়াৰ পাছতে এখন নিৰপেক্ষ স্থানৰ বাবে ITF ক অনুৰোধ জনোৱাৰ সম্ভাৱনা ব্যক্ত কৰে চেটাৰ্জীয়ে ৷
উল্লেখ্য যে, ছেপ্তেম্বৰৰ 14 আৰু 15 তাৰিখে পাকিস্তানৰ ৰাজধানী ইছলামাবাদত ডেভিছ কাপৰ আয়োজন কৰা হৈছিল ৷ কোনো ভাৰতীয় ডেভিছ কাপ দলেই 1964 চনৰ পৰা পাকিস্তান ভ্ৰমণ কৰা নাই আৰু মুম্বাইত 2008 চনত সংঘটিত সন্ত্ৰাসবাদ আক্ৰমণৰ পাছৰ পৰা ভাৰতীয় ক্ৰিকেট দলেও পাকিস্তানৰ মাটিত খোজ পেলোৱা নাই ৷
ডেভিছ কাপৰ বাবে নিৰপেক্ষ স্থানৰ অনুৰোধ জনাব AITA য়ে
স্পৰ্টছ ডেস্ক, 9 আগষ্ট : পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্কত উদ্বিগ্নতাৰ সৃষ্টি হোৱাৰ পাছতে ভাৰতৰ ৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছন (AITA) কাষ চাপিব আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছন (ITF) ৰ ৷ ইছলামাবাদত অনুষ্ঠিত হ'বলগা ডেভিছ কাপৰ স্থান সলনি কৰি নিৰপেক্ষ স্থানত আয়োজন কৰাৰ অনুৰোধ কৰাৰ সম্ভাৱনা আছে AITA য়ে ৷ উল্লেখ্য যে, জম্মু - কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণৰ পাছতে ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে বুধবাৰে পাকিস্তানে ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্ক ছেদ কৰিছিল ৷ পাকিস্তানস্থিত ভাৰতৰ কূটনৈতিক বিষয়াক ভাৰতলৈ উভটাই পঠাইছিল পাকিস্তানে ৷
AITA ৰ সচিব প্ৰধান হিৰন্ময় চেতাৰ্জীয়ে মন্তব্য কৰা অনুসৰি, এই পদক্ষেপে ডেভিছ কাপত প্ৰভাৱ পেলাব পাৰে ৷ দুই - তিনি দিনৰ ভিতৰত পৰিস্থিতিয়ে কি ৰূপ ধাৰণ কৰে তাৰ ওপৰত ভিত্তি কৰিহে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷ ইয়াৰ পাছতে এখন নিৰপেক্ষ স্থানৰ বাবে ITF ক অনুৰোধ জনোৱাৰ সম্ভাৱনা ব্যক্ত কৰে চেতাৰ্জীয়ে ৷