ETV Bharat / sports

ড'প টেষ্টত মল্লযুঁজাৰুৰ ব্যৰ্থতাই বিপদ আনিব প্ৰশিক্ষকলৈও

author img

By

Published : May 12, 2019, 2:56 PM IST

ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেছনে শুকুৰবাৰে প্ৰশিক্ষকসকলৰ বাবে এক সতৰ্কবাণী প্ৰেৰণ কৰিছে । ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়নশ্বিপৰ পূৰ্বে মল্লযুঁজাৰু সকলে ড'প টেষ্টত ব্যৰ্থ হ'লে প্ৰশিক্ষকসকলো শাস্তিৰ সন্মুখীন হ'ব ।

ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেছন

স্পৰ্টছ ডেস্ক, ১২ মে': ভাৰতৰ বহুকেইজন মল্লযুঁজাৰুয়ে ড'প টেষ্টত ব্যৰ্থ হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পাছত শুকুৰবাৰে প্ৰশিক্ষক সকললৈও সতৰ্কবাণী কঢ়িয়াই আনিছে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেছনে । ফেডাৰেছনে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়নশ্বিপৰ পূৰ্বে মল্লযুঁজাৰুসকলে ড'প টেষ্টত ব্যৰ্থ হ'লে প্ৰশিক্ষক সকলো সন্মুখীন হ'ব শাস্তিৰ ।

ফেডাৰেছনে মন্তব্য কৰা অনুসৰি, যোৱা এবছৰত তিনি - চাৰিজন ভাৰতীয় মল্লযুঁজাৰুৱে ড'প টেষ্টত ব্যৰ্থ হোৱাত ভাৰতৰ সুনাম নষ্ট হৈছে । তাৰোপৰি এই ঘটনাৰ ফলত বিশ্ব মল্লযুঁজাৰু ফেডাৰেছনক ভাৰতীয় ফেডাৰেছনে প্ৰায় ৩২ লাখ টকাৰ জৰিমণাও ভৰিব লগা হৈছে ।

WFI TO BAN COACHES IF WRESTLERS FAIL DOPE TEST

ড'প টেষ্টত মল্লযুঁজাৰুৰ ব্যৰ্থতাই বিপদ আনিব প্ৰশিক্ষকলৈও

নিউজ ডেস্ক, ১২  মে': ভাৰতৰ বহুকেইজন মল্লযুঁজাৰুয়ে ড'প টেষ্টত ব্যৰ্থ হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পাছত শুকুৰবাৰে প্ৰশিক্ষক সকললৈও সতৰ্কবাণী কঢ়িয়াই আনিছে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেছনে । ফেডাৰেছনে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়নশ্বিপৰ পূৰ্বে মল্লযুঁজাৰুসকলে ড'প টেষ্টত ব্যৰ্থ হ'লে প্ৰশিক্ষক সকলো সন্মুখীন হ'ব শাস্তিৰ ।

ফেডাৰেছনে মন্তব্য কৰা অনুসৰি, যোৱা এবছৰত তিনি - চাৰিজন ভাৰতীয় মল্লযুঁজাৰুৱে ড'প টেষ্টত ব্যৰ্থ হোৱাত ভাৰতৰ সুনাম নষ্ট হৈছে । তাৰোপৰি এই ঘটনাৰ ফলত বিশ্ব মল্লযুঁজাৰু ফেডাৰেছনক ভাৰতীয় ফেডাৰেছনে প্ৰায় ৩২ লাখ টকাৰ জৰিমণাও ভৰিব লগা হৈছে । 
Wrestling_Federation_of_India.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.