স্পৰ্টছ ডেস্ক, 1 জানুৱাৰীঃ এই বৰ্ষৰ জুলাই মাহত অনুষ্ঠিত হ'ব ক্ৰীড়াজগতৰ বহু মিশ্ৰিত খেলৰ সমাহাৰ ঘটা অলিম্পিক গেমছ ৷ টকিঅ'ত অহা 24 জুলাইৰ পৰা আয়োজন হ'ব এই প্ৰতিযোগিতা ৷ য'ত ভাৰতৰ লক্ষ্য হ'ব ৰিঅ' অলিম্পিকতকৈ সুন্দৰ প্ৰদৰ্শন কৰা ৷
ইপিনে বিশ্ব ক্ৰিকেটত এই বৰ্ষত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'ব মহিলা টি-20 বিশ্বকাপৰ লগতে পুৰুষ টি-20 বিশ্বকাপ ৷ ফেব্ৰুৱাৰী মাহৰ পৰা মহিলা টি-20 বিশ্বকাপ আৰম্ভ হোৱাৰ বিপৰীতে অক্টোবৰ-নৱেম্বৰ মাহত আৰম্ভ হ'ব পুৰুষ টি-20 বিশ্বকাপ ৷
ক্ৰীড়াক্ষেত্ৰত বিশ্বৰ মুখ্য ইভেন্টছ সমূহঃ
- মহিলা টি-20 বিশ্বকাপ (অষ্ট্ৰেলিয়াত)- 21 ফেব্ৰুৱাৰী পৰা 8 মাৰ্চলৈ
- ইউৰো 2020 (12 খন দেশত)- 12 জুনৰ পৰা 12 জুলাইলৈ
- টকিঅ' অলিম্পিক (জাপানত)- 24 জুলাইৰ পৰা 9 আগষ্টলৈ
- পেৰা অলিম্পিক (টকিঅ'ত)- 25 আগষ্টৰ পৰা ছেপ্তেম্বৰ 6 লৈ
- পুৰুষ টি-20 বিশ্বকাপ (অষ্ট্ৰেলিয়াত)- 18 অক্টোবৰৰ পৰা 15 নৱেম্বৰলৈ
ভাৰতীয় ক্ৰিকেট দলৰ সূচীঃ
- শ্ৰীলংকাৰ বিৰুদ্ধে- 5-10 জানুৱাৰীলৈ টি-20 শৃংখলা (ঘৰত)
- অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে- 14-19 জানুৱাৰীলৈ এদিনীয়া শৃংখলা (ঘৰত)
- নিউজিলেণ্ডৰ বিৰুদ্ধে- 24 জানুৱাৰীৰ পৰা 4 মাৰ্চলৈ 5 খন টি-20, 3 খন এদিনীয়া, 2 খন টেষ্ট (বিদেশত)
- দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে- 12-18 মাৰ্চলৈ 3 খন এদিনীয়া (ঘৰত)
- আই পি এল- মাৰ্চৰ পৰা মে' মাহলৈ
- এছিয়া কাপ- ছেপ্তেম্বৰত (বিদেশত)
- টি-20 বিশ্বকাপ (অষ্ট্ৰেলিয়াত)- অক্টোবৰৰ পৰা নৱেম্বৰলৈ
- অষ্ট্ৰেলিয়া ভ্ৰমণ- নৱেম্বৰৰ পৰা জানুৱাৰীলৈ (বিদেশত)
ভাৰতীয় মহিলা ক্ৰিকেটৰ সূচীঃ
- ত্ৰিদেশীয় শৃংখলা (ভাৰত, ইংলেণ্ড, অষ্ট্ৰেলিয়া )- 31 জানুৱাৰীৰ পৰা 12 ফেব্ৰুৱাৰীলৈ অষ্ট্ৰেলিয়াত
- টি-20 বিশ্বকাপ- 21 ফেব্ৰুৱাৰীৰ পৰা 8 মাৰ্চলৈ (অষ্ট্ৰেলিয়াত)
ফুটবলঃ
- আই এছ এল ফাইনেল- 8 মাৰ্চ
- আই লীগ ফাইনেল- 5 এপ্ৰিল
- লা-লীগা ফাইনেল মেচ- 24 মে'
- Serie A ফাইনেল মেচ- 24 মে'
- চেম্পিয়নছ লীগ ফাইনেল- 31 মে'
- প্ৰেমিয়াৰ লীগ 2019-20 ফাইনেল মেচ- 17 মে'
বিশ্বকাপ কোৱালিফায়াৰছঃ
- ভাৰত বনাম কাটাৰ, 26 মাৰ্চ
- ভাৰত বনাম বাংলাদেশ, 4 জুন
- ভাৰত বনাম আফগানিস্তান, 9 জুন
হকীঃ
- প্ৰ' লীগ- 18 জানুৱাৰীৰ পৰা 28 জুনলৈ
- ভাৰত বনাম নেদাৰলেণ্ড- জানুৱাৰী 18, 19
- ভাৰত বনাম বেলজিয়াম- ফেব্ৰুৱাৰী 8, 9
- ভাৰত বনাম অষ্ট্ৰেলিয়া- ফেব্ৰুৱাৰী 21, 22
- ভাৰত বনাম জাৰ্মানী- এপ্ৰিল 25, 26
- ভাৰত বনাম নিউজিলেণ্ড- মে' 23, 24
- ভাৰত বনাম আৰ্জেণ্টিনা- জুন 5, 6
- ভাৰত বনাম স্পেইন- জুন 13, 14
টেনিছঃ
- এটিপি কাপ- 3 ৰ পৰা 12 জানুৱাৰীলৈ
- অষ্ট্ৰেলিয়ান অ'পেন- 20 জানুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈ
- ফ্ৰেন্স কাপ- 24 মে'ৰ পৰা 7 জুনলৈ
- উইম্বলডন- 29 জুনৰ পৰা 12 জুলাই লৈ
- ইউ এছ অ'পেন- 31 আগষ্টৰ পৰা 13 ছেপ্তেম্বৰলৈ
- লিভাৰ কাপ- 25 ৰ পৰা 27 ছেপ্তেম্বৰলৈ
- ডেভিছ কাপ কোৱালিফায়াৰ- ভাৰত বনাম ক্ৰৱেচিয়া মাৰ্চ 6,7
- ডেভিছ কাপ ফাইনেল- 23 ৰ পৰা 29 নৱেম্বৰলৈ
বেডমিণ্টনঃ
- মালয়েছিয়া মাষ্টাৰ্ছ- 7 ৰ পৰা 12 জানুৱাৰীলৈ
- ইণ্ডোনেছিয়া মাষ্টাৰ্ছ- 14 ৰ পৰা 19 জানুৱাৰীলৈ
- এছিয়ান টিম চেম্পিয়নশ্বিপ (ছিংগাপুৰ)- 11 ৰ পৰা 16 ফেব্ৰুৱাৰীলৈ
- অল ইংলেণ্ড অ'পেন 2020- 11 ৰ পৰা 15 মাৰ্চলৈ
- ইণ্ডিয়া অ'পেন- 24 ৰ পৰা 29 মাৰ্চলৈ
- মালয়েছিয়া অ'পেন- 31 মাৰ্চৰ পৰা 5 এপ্ৰিললৈ
- ছিংগাপুৰ অ'পেন- 7 ৰ পৰা 12 এপ্ৰিললৈ
- থমাছ এণ্ড উবাৰ কাপ- 16 ৰ পৰা 24 মে'লৈ
- থাইলেণ্ড অ'পেন- 9 ৰ পৰা 14 জুনলৈ
- ইণ্ডোনেছিয়া অ'পেন- 16 ৰ পৰা 21 জুনলৈ
- টকিঅ' অলিম্পিকছ গেমছ- 25 জুলাইৰ পৰা 3 আগষ্টলৈ
- কোৰিয়া অ'পেন- 8 ৰ পৰা 13 ছেপ্তেম্বৰলৈ
- চীন অ'পেন- 15 ৰ পৰা 20 ছেপ্তেম্বৰলৈ
- জাপান অ'পেন- 22 ৰ পৰা 21 ছেপ্তেম্বৰলৈ
- বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ- 5 ৰ পৰা 11 অক্টোবৰলৈ
- ডেনমাৰ্ক অ'পেন- 13 ৰ পৰা 18 অক্টোবলৈ
- ফ্ৰান্স অ'পেন- 20 ৰ পৰা 25 অক্টোবলৈ
- ফুজ'হ চীন অ'পেন- 3 ৰ পৰা 11 নৱেম্বৰলৈ
- ৱল্ড ট'ৰ ফাইনেলছ- 9 ৰ পৰা 13 ডিচেম্বৰলৈ
ফৰ্মুলা ৱানঃ
- অষ্ট্ৰেলিয়ান গ্ৰাণ্ড প্ৰিক্স- মাৰ্চ 15
- বাহৰেইন গ্ৰাণ্ড প্ৰিক্স- মাৰ্চ 22
- চাইনিছ গ্ৰাণ্ড প্ৰিক্স- 19 এপ্ৰিল
- স্পেনিছ গ্ৰাণ্ড প্ৰিক্স- 10 মে'
- কানাডিয়ান গ্ৰাণ্ড প্ৰিক্স- জুন 14
- ফেন্স গাণ্ড প্ৰিক্স- জুন 28
- অষ্ট্ৰিয়ান গাণ্ড প্ৰিক্স- জুলাই 5
- বেলজিয়াম গাণ্ড প্ৰিক্স- আগষ্ট 30
- ইটালিয়ান গাণ্ড প্ৰিক্স- ছেপ্তেম্বৰ 6
- ছিংগাপুৰ গাণ্ড প্ৰিক্স- ছেপ্তেম্বৰ 20
- ইউএছএ গাণ্ড প্ৰিক্স- 25 অক্টোবৰ
- ব্ৰাজিলিয়ান গাণ্ড প্ৰিক্স- 15 নৱেম্বৰ
- আবু ধাবি গাণ্ড প্ৰিক্স- 29 নৱেম্বৰ
মল্লযুঁজঃ
- এছিয়ান চেম্পিয়নশ্বিপ (নতুন দিল্লী)- 18 ৰ পৰা 23 ফেব্ৰুৱাৰীলৈ
- এছিয়ান অলিম্পিক কোৱালিফায়াৰ (চীন)- 27 ৰ পৰা 29 মাৰ্চলৈ
লগতে চাওক- 'নৱবৰ্ষ'ৰ শুভেচ্ছা ক্ৰীড়াবিদসকলৰ