গুৱাহাটী, 17 জানুৱাৰীঃ খেল’ ইণ্ডিয়াত আকৌ জিলিকিল অসমৰ খেলুৱৈ ৷ দেশৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহৰ অষ্টমটো দিনত অসমে লাভ কৰিবলৈ সক্ষম হ'ল দুটাকৈ পদক। এইবাৰ সাঁতোৰত সফলতা অসমৰ ৷ সাঁতোৰ প্ৰতিযোগিতাত ছোৱালী ২১ অনুৰ্ধ্ব ২০০ মিঃ ফ্ৰীষ্টাইল শাখাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হ'ল অসমৰ শিবাংগী শৰ্মাই । ইয়াৰ পিচতে ২৮ টালৈ বৃদ্ধি পালে অসমৰ পদকৰ সংখ্যা। উল্লেখ্য যে ১৩৬ টা পদকৰে তালিকাৰ শীৰ্ষত অপ্ৰতিৰোধ্য হৈ আছে মহাৰাষ্ট্ৰ।
জলকন্যা শিবাংগীৰ স্বৰ্ণ জয় - সাঁতোৰ প্ৰতিযোগিতা
দেশৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহত পুনৰ স্বৰ্ণজয় অসমৰ ৷ সাঁতোৰত স্বৰ্ণ জয় অসম কন্যা শিবাংগী শৰ্মাৰ ৷
জলকন্যা শিবাংগীৰ স্বৰ্ণ জয়
গুৱাহাটী, 17 জানুৱাৰীঃ খেল’ ইণ্ডিয়াত আকৌ জিলিকিল অসমৰ খেলুৱৈ ৷ দেশৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহৰ অষ্টমটো দিনত অসমে লাভ কৰিবলৈ সক্ষম হ'ল দুটাকৈ পদক। এইবাৰ সাঁতোৰত সফলতা অসমৰ ৷ সাঁতোৰ প্ৰতিযোগিতাত ছোৱালী ২১ অনুৰ্ধ্ব ২০০ মিঃ ফ্ৰীষ্টাইল শাখাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হ'ল অসমৰ শিবাংগী শৰ্মাই । ইয়াৰ পিচতে ২৮ টালৈ বৃদ্ধি পালে অসমৰ পদকৰ সংখ্যা। উল্লেখ্য যে ১৩৬ টা পদকৰে তালিকাৰ শীৰ্ষত অপ্ৰতিৰোধ্য হৈ আছে মহাৰাষ্ট্ৰ।
Intro:খেল' ইণ্ডিয়াৰ সাতোৰ প্ৰতিযোগিতাত অসমৰ সফলতা। সাতোৰৰ ছোৱালী ২১ অনুৰ্ধ্ব ২০০ মিঃ ফ্ৰীষ্টাইল শাখাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হ'ল অসমৰ শিবাংগী শৰ্মাই। দেশৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহৰ অষ্টমটো দিনত অসমে লাভ কৰিবলৈ সক্ষম হ'ল দুটাকৈ পদক। বৰ্তমান অসমৰ ২৮টালৈ বৃদ্ধি পালে পদৰ সংখ্যা। উল্লেখযোগ্য যে ১৩৬টা পদকৰে তালিকাৰ শীৰ্ষত অপ্ৰতিৰোধ্য হৈ আছে মহাৰাষ্ট্ৰ। Body:Hirul Haque Conclusion:Hirul Haque