ETV Bharat / sports

মেৰী কম,শিৱ থাপাৰ দখলত ইণ্ডিয়া অ'পেনৰ খিতাপ

শুকুৰবাৰে অনুষ্ঠিত দ্বিতীয় ইণ্ডিয়া অ'পেন বক্সিং টুৰ্ণামেন্টত স্বৰ্ণ জয় কৰিছে ভাৰতীয় বক্সাৰ মেৰী কম,শিৱ থাপা,অমিত পাংঘাল,এল সৰিতা দেৱীয়ে।

author img

By

Published : May 25, 2019, 10:34 AM IST

মেৰী কম

নিউজ ডেস্ক, ২৫মে': ছয় বাৰৰ বিশ্ব চেম্পিয়ন ভাৰতীয় বক্সাৰ মেৰী কমে ইণ্ডিয়া অ'পেনৰ ৫১ কে.জি. শাখাত চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। শুকুৰবাৰে অনুষ্ঠিত দ্বিতীয় ইণ্ডিয়া অ'পেন বক্সিং টুৰ্ণামেন্টত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত ভাৰতীয় বক্সাৰ গৰাকীয়ে স্বৰ্ণ দখল কৰে। লণ্ডন অলিম্পিকৰ ব্ৰঞ্জ মেডেলিষ্ট গৰাকীয়ে চূড়ান্ত মেচত ভানলাল ডুৱাটিক ৫-০ ছেটত পৰাস্ত কৰিবলৈ সক্ষম হয়। ইণ্ডিয়া অ'পেন টুৰ্ণামেন্টত মেৰী কমে ইয়াৰ পূৰ্বে ৪৮ কে.জি. শাখাত স্বৰ্ণ জয় কৰিছিল। তেওঁৰ উপৰি এল সৰিতা দেৱীয়েও ভাৰতৰে ছিমৰণজিত কৌৰক পৰাস্ত কৰি স্বৰ্ণ দখল কৰে।

ETV BHARAT ASSAM
মেৰী কম, শিৱ থাপাৰ দখলত ইণ্ডিয়া অ'পেনৰ খিতাপ
পুৰুষৰ ৫২ কে.জি. শাখাত অমিত পাংঘালে শচীন শিৱসক পৰাস্ত কৰাৰ লগতে শিৱ থাপাই ৬০ কে. জি. শাখাত মনীশ কৌশিকক পৰাস্ত কৰে।

MARY KOM CROWNED INDIA OPEN CHAMPION

মেৰী কমৰ দখলত ইণ্ডিয়া অ'পেনৰ খিতাপ

নিউজ ডেস্ক, ২৫ মে': ছয় বাৰৰ বিশ্ব চেম্পিয়ন ভাৰতীয় বক্সাৰ মেৰী কমে ইণ্ডিয়া অ'পেনৰ ৫১ কে. জি. শাখাত চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে । শুকুৰবাৰে অনুষ্ঠিত দ্বিতীয় ইণ্ডিয়া অ'পেন বক্সিং টুৰ্ণামেন্টত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত ভাৰতীয় বক্সাৰ গৰাকীয়ে স্বৰ্ণ দখল কৰে । লণ্ডন অলিম্পিকৰ ব্ৰঞ্জ মেডেলিষ্ট গৰাকীয়ে চূড়ান্ত মেচত ভানলাল ডুৱাটিক ৫ - ০ ছেটত পৰাস্ত কৰিবলৈ সক্ষম হয় । ইণ্ডিয়া অ'পেন টুৰ্ণামেন্টত মেৰী কমে ইয়াৰ পূৰ্বে ৪৮ কে. জি. শাখাত স্বৰ্ণ জয় কৰিছিল । তেওঁৰ উপৰি এল সৰিতা দেৱীয়েও ভাৰতৰে ছিমৰণজিত কৌৰক পৰাস্ত কৰি স্বৰ্ণ দখল কৰে ।

পুৰুষৰ ৫২ কে. জি. শাখাত অমিত পাংঘালে শচীন শিৱসক পৰাস্ত কৰাৰ লগতে শিৱ থাপাই ৬০ কে. জি. শাখাত মনীশ কৌশিকক পৰাস্ত কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.