ETV Bharat / sports

24 বাৰৰ বাবে এভাৰেষ্ট জয়েৰে অভিলেখ কামী ৰীতাৰ

author img

By

Published : May 21, 2019, 6:18 PM IST

এই জয়ৰ পাছতে সৰ্বাধিকবাৰৰ বাবে এভাৰেষ্ট শৃংগ জয় কৰা বিশ্বৰ একমাত্ৰ পৰ্বতাৰোহী হিচাপে পৰিগণিত হয় তেওঁ ৷ কামী ৰীতাই সফলতাৰে নেপালৰ দিশৰ পৰা পুৱা 6:38 বজাত এভাৰেষ্টত ভৰি দিয়াৰ পাছতে এই অভিলেখৰ অধিকাৰী হয় ৷

24 বাৰৰ বাবে এভাৰেষ্ট জয়েৰে অভিলেখ সৃষ্টি কামী ৰিতাৰ

নিউজ ডেস্ক, 21 মে': মঙলবাৰে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট জয় কৰিলে 50 বছৰীয়া কামী ৰীতা শ্বেৰপাই ৷ এই জয়ৰ পাছতে সৰ্বাধিকবাৰৰ বাবে এভাৰেষ্ট শৃংগ জয় কৰা বিশ্বৰ একমাত্ৰ পৰ্বতাৰোহী হিচাপে পৰিগণিত হয় তেওঁ ৷ কামী ৰীতাই সফলতাৰে নেপালৰ দিশৰ পৰা পুৱা 6:38 বজাত এভাৰেষ্টত ভৰি দিয়াৰ পাছতে এই অভিলেখৰ অধিকাৰী হয় ৷ ইয়াৰ উপৰি ৰীতা শ্বেৰপাই কাঞ্চনজংঘা, অন্নপূৰ্ণাকে আদি কৰি বহুকেইটা শৃংগ আৰোহণ কৰিছে ৷

ইয়াৰ পূৰ্বে কামী ৰীতা শ্বেৰপাই 2019 চনৰ 15 মে'ত শেষবাৰৰ বাবে মাউন্ট এভাৰেষ্ট জয় কৰিছিল ৷ তেওঁ প্ৰথমবাৰৰ বাবে 1994 চনত মাউন্ট এভাৰেষ্ট আৰোহণ কৰাৰ উপৰি 25 বছৰৰ ভিতৰত 24 বাৰৰ বাবে এভাৰেষ্ট জয় কৰাৰ অভিলেখ গঢ়ে ৷

KAMI RITA SHERPA CLIMBS MT EVEREST FOR 24TH TIME, CREATES RECORD

24 বাৰৰ বাবে এভাৰেষ্ট জয়েৰে অভিলেখ সৃষ্টি কামী ৰিতাৰ  

নিউজ ডেস্ক, 21 মে': মঙলবাৰে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট জয় কৰিলে 50 বছৰীয়া কামী ৰিতা শ্বেৰপাই ৷ এই জয়ৰ পাছতে সৰ্বাধিক বাৰৰ বাবে এভাৰেষ্ট শৃংগ জয় কৰা বিশ্বৰ একমাত্ৰ পৰ্বতাৰোহী হিচাপে পৰিগণিত হয় তেওঁ ৷ শ্বেৰপাই সফলতাৰে নেপালৰ দিশৰ পৰা পুৱা 6:38 বজাত এভাৰেষ্টত ভৰি দিয়াৰ পাছতে এই অভিলেখৰ অধিকাৰী হয় ৷ ইয়াৰ উপৰিও শ্বেৰপাই কাঞ্চনজংঘা, অন্নপূৰ্ণাকে আদি কৰি বহুকেইটা শৃংগ বগাইছে ৷

ইয়াৰ পূৰ্বে শ্বেৰপাই 2019 চনৰ 15 মে'ত শেষবাৰৰ বাবে মাউন্ট এভাৰেষ্ট জয় কৰিছিল ৷ তেওঁ প্ৰথমবাৰৰ বাবে 1994 চনত মাউন্ট এভাৰেষ্ট ভ্ৰমণ কৰাৰ উপৰি 25 বছৰৰ ভিতৰত 24 বাৰৰ বাবে এভাৰেষ্ট জয় কৰাৰ অভিলেখ গঢ়ে ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.