ETV Bharat / sports

হিমাক টুইটাৰযোগে অসমীয়া ভাষাত অভিনন্দন ৰাষ্ট্ৰপতিৰ - president Ramnath Kovind

হিমাৰ সাফ্যলত অভিনন্দন জনালে ৰাষ্ট্ৰপতি ও প্ৰধানমন্ত্ৰীয়ে ৷

হিমাক টুইটাৰযোগে অসমীয়া ভাষাত অভিনন্দন ৰাষ্ট্ৰপতিৰ
author img

By

Published : Jul 21, 2019, 11:59 PM IST

গুৱাহাটী,23জুলাইঃ স্বৰ্ণ জয়ৰ যাত্ৰা অব্যাহত ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসৰ। ইতিমধ্যেই পাঁচটাকৈ স্বৰ্ণ জয়েৰে অখিলেশ ৰচনা কৰিছে হিমা দাসে। হিমা দাসৰ সাফল্যত আনন্দিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ইফালে টুইটাৰযোগে হিমাক অসমীয়া ভাষাতে অভিনন্দন জ্ঞাপন কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ২০২০চনত অনুষ্ঠিত হ'বলগীয়া অলিম্পিকটো এনেদৰে জয়ধ্বজা অব্যাহত ৰখাৰ কামনা কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।

ETV BHARAT ASSAM

Intro:স্বৰ্ণ জয়ৰ যাত্ৰা অব্যাহত ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসৰ। ইতিমধ্যেই পাঁচটাকৈ স্বৰ্ণ জয়েৰে অখিলেশ ৰচনা কৰিছে হিমা দাসে। স্বৰ্ণকন্যাৰ এই সফলতাত উৎফুল্লিত সকলো। হিমা দাসৰ সাফল্যত আনন্দিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। হিমাক এই জয়যাত্ৰা অব্যাহত ৰাখিবলৈ টুইটাৰযোগে আহ্বান বিভিন্নজনৰ। ইফালে টুইটাৰযোগে হিমাক অসমীয়া ভাষাতে অভিনন্দন জ্ঞাপন কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ২০২০চনত অনুষ্ঠিত হ'বলগীয়া অলিম্পিকটো এনেদৰে জয়ধ্বজা অব্যাহত ৰখাৰ কামনা কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।
Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.