ETV Bharat / sports

হাৰিয়ানা নিৰ্বাচন: চোনিপাটত ভোটদান যোগেশ্বৰ দত্তৰ - হাৰিয়ানা বিধানসভা নিৰ্বাচনত যোগেশ্বৰ দত্ত

বৰোডাৰ পৰা বিজেপি দলৰ হৈ প্ৰাৰ্থীত্ব আগবঢ়োৱা অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী মল্লযুঁজাৰু যোগেশ্বৰ দত্তই পুৱাৰ ভাগতে ভোটদান কৰে ৷ দত্তই কংগ্ৰেছ প্ৰাৰ্থী শ্ৰী কৃঞ্চন হুদাৰ বিপৰীতে বৰোডা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷

যোগেশ্বৰ দত্তৰ ভোটদান
author img

By

Published : Oct 21, 2019, 3:58 PM IST

স্পৰ্টছ ডেস্ক,21 অক্টোবৰ : অলিম্পিক ব্ৰঞ্জ মেডেলিষ্ট মল্ল যুঁজাৰু আৰু বৰোদাৰ বিজেপি প্ৰাৰ্থী যোগেশ্বৰ দত্তই সোমবাৰে পুৱাৰ ভাগত ভোটদান সাব্যস্ত কৰে ৷ দত্তই কংগ্ৰেছ প্ৰাৰ্থী শ্ৰী কৃঞ্চন হুদাৰ বিপৰীতে বৰোদা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷

হাৰিয়ানা নিৰ্বাচন
যোগেশ্বৰ দত্তৰ ভোটদান

উল্লেখ্য যে,হাৰিয়ানাৰ 90 টা আসনত সোমবাৰে পুৱা 7 বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ হাৰিয়ানা বিধানসভা নিৰ্বাচনত 1169 জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ ভোট গ্ৰহণৰ বাবে হাৰিয়ানাত সৰ্বমুঠ 19,578 টা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ আনহাতে,মহাৰাষ্ট্ৰতো সৰ্বমুঠ 3237 জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ লগতে 96,661 টা ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে ৷

উল্লেখ্য যে,অক্টোবৰৰ 24 তাৰিখে হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব ৷

Intro:Body:Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.