ETV Bharat / sports

তৃতীয় পক্ষৰ হস্তক্ষেপৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচনক নিলম্বন ফিফাৰ - ভাৰতৰ ৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচন

অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক নিলম্বন কৰাৰ ফলত দেশত ১১ৰ পৰা ৩০ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া ১৭ বছৰ অনুৰ্ধ মহিলা বিশ্বকাপ আয়োজনৰ প্ৰতি অনিশ্চয়তা আহি পৰিছে । তৃতীয় পক্ষৰ হস্তক্ষেপৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচনক নিলম্বন কৰিছে ফিফাই (FIFA suspend All India Football Federation) ৷

FIFA suspends national soccer federation of India

author img

By

Published : Aug 16, 2022, 9:14 AM IST

নিউজ ডেস্ক, 16 আগষ্ট: ফিফাই সোমবাৰে সন্ধিয়া ভাৰতৰ ৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচনক “তৃতীয় পক্ষৰ অযথা প্ৰভাৱৰ বাবে” নিলম্বন কৰে (FIFA suspend All India Football Federation)। অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক নিলম্বন কৰাৰ ফলত দেশত ১১ৰ পৰা ৩০ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া ১৭ বছৰ অনুৰ্ধ মহিলা বিশ্বকাপ আয়োজনৰ প্ৰতি অনিশ্চয়তা আহি পৰিছে । ফিফাই কয় যে, এই নিলম্বন তৎক্ষণাৎ কাৰ্যকৰী হৈছে আৰু এই উলংঘাক ফিফাৰ বিধিসমূহৰ গুৰুতৰ উলংঘা বুলি গণ্য কৰা হৈছে (FIFA suspends national soccer federation of India) ।

ফিফাই কয় যে, অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ কাৰ্যনিৰ্বাহক সমিতিৰ ক্ষমতা গ্ৰহণ কৰিবলৈ প্ৰশাসক সমিতি গঠনৰ নিৰ্দেশ বাতিল হোৱাৰ পিছত ফেডাৰেচনৰ দৈনন্দিন কাম-কাজত AIFF প্ৰশাসনে পুনৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰাৰ পিছত নিলম্বন প্ৰত্যাহাৰ কৰা হ’ব । ১৭ বছৰ অনুৰ্ধ মহিলা বিশ্বকাপ “বৰ্তমান পৰিকল্পিতভাৱে ভাৰতত অনুষ্ঠিত কৰিব নোৱাৰিব” বুলি ফিফাই প্ৰকাশ কৰিছে (FIFA on undue influence from third parties in India)।

ফিফা ভাৰতৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সৈতে অহৰহ গঠনমূলক যোগাযোগত আছে আৰু আশাবাদী যে, এই গোচৰৰ ইতিবাচক ফলাফল এতিয়াও লাভ কৰিব পৰা যাব । ভাৰতীয় উচ্চতম ন্যায়ালয়ে অহা ৩ আগষ্টত ৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচনে বিষয়ববীয়াৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দিয়া নিৰ্দেশৰ পিছতে ফিফাৰ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক: স্বাধীনতা দিৱসত গুজৰাট চৰকাৰে মুক্তি দিলে বিলকিছ বানু ধৰ্ষণ গোচৰৰ 11 কাৰাবন্দীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.