ETV Bharat / sports

স্ব-গৃহত উপস্থিত ব্ৰঞ্জৰ পদক বিজয়ী হাজেৰা খাতুন

author img

By

Published : Sep 12, 2019, 4:53 PM IST

আজি স্ব-গৃহত উপস্থিত হ’ল কাঠমাণ্ডুত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক কুংফু চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা হাজেৰা খাতুন ৷

স্ব-গৃহত উপস্থিত ব্ৰঞ্জৰ পদক বিজয়ী হাজেৰা খাতুন

দলগাঁও, 12 ছেপ্তেম্বৰঃ আজি স্ব-গৃহত আহি উপস্থিত হ’ল নেপালত অসম তথা ভাৰতৰ সুনাম কঢ়িয়াই অনা হাজেৰা খাতুন ৷ নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক কুংফু চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল দলগাঁৱৰ প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে ৷ দলগাঁৱৰ কস্তৰবা গান্ধী বালিকা বিদ্যালয়ৰ অষ্টম মান শ্ৰেণীৰ ছাত্ৰী হাজেৰা খাতুন ৷

বৃহস্পতিবাৰে নেপালৰ পৰা পোনে পোনে নিজ বিদ্যালয়ত উপস্থিত হোৱাত বিদ্যালয়ৰ ছাত্ৰী সকলৰ লগতে শিক্ষয়িত্ৰী সকলে উষ্ম আদৰণি জনায় খেলুৱৈগৰাকীক ৷

অতি দৰিদ্ৰ পৰিয়ালৰ খেলুৱৈগৰাকীৰ ঘৰ হৈছে দৰঙৰ দলগাঁও সমষ্টিৰ এখন ভিতৰুৱা গাঁৱৰ বৰকূৰ চৰত ৷ যোৱা ৬, ৭, আৰু ৮ ছেপ্তেম্বৰত নেপালত অনুষ্ঠিত হোৱা কুংফু চেম্পিয়নশ্বিপৰ ৩৫-৪০ কেজিৰ শাখাত অংশগ্ৰহণ কৰি এই সাফল্য লাভ কৰিবলৈ সক্ষম হৈছিল খেলুৱৈগৰাকীয়ে ৷

Intro:Slug.. Dalgaon International Kung fu player Hazera arrived

Byte.. Hazera Khatun,
= Ali Rahman

## কাঠমান্ডুত আন্তৰ্জাতিক কুংফু চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি দলগাঁৱত উপস্থিত হাজেৰা খাতুন।
## উস্ম আদৰনি হাজেৰাক ।
## হাজেৰাৰ সাফল্যক লৈ উৎফুল্লিত দলগাও বাসী Body:

দলগাও / ১২ ছেপ্টেম্বৰ

নেপালৰ কাঠমান্ডুত অনুষ্ঠিত আন্তৰ্জাতিক কুংফু চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি আজি দলগাঁৱত উপস্থিত হল দলগাঁও কস্তৰবা গান্ধী বালিকা বিদ্যালয়ৰ অষ্টম মান শ্ৰেনীৰ ছাত্ৰী হাজেৰা খাতুন ৷ আজি নেপালৰ পৰা পোনে পোনে নিজ বিদ্যালয়ত উপস্থিত হোৱাত বিদ্যালয়ৰ শিক্ষয়িত্ৰী সকলে উষ্ম আদৰণি জনায় হাজেৰাক৷ অতি দৰিদ্ৰ পৰিয়াল হাজেৰাৰ ঘৰ দৰঙৰ দলগাঁও সমষ্টিৰ ভিতৰুৱা গাও বৰকূৰ চৰত ৷ যোৱা ৬, ৭, আৰু ৮ ছেপ্তেম্বৰত ৩৫-৪০ কেজিৰ শাখাত নেপালৰ কাঠমান্ডুত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এই সাফল্য লাভ কৰি জিলাখনৰ লগতে দলগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনে হাজেৰা খাতুনে ৷
Conclusion: ৷ হাজেৰাৰ সাফল্যত উৎফুল্লিত দলগাঁৱৰ ৰাইজ৷

আব্দুল হাকিম
দলগাও ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.