ETV Bharat / sports

বৰপেটাত কাৰাটে প্ৰতিযোগিতা

author img

By

Published : Apr 11, 2021, 4:38 PM IST

বৰপেটা জিলাত অনুষ্ঠিত হয় জিলা ভিত্তিক কাৰাটে প্ৰতিযোগিতা ৷ বৰপেটা জিলা পুথিভঁড়ালত অনুষ্ঠিত হোৱা কাৰাটে প্ৰতিযোগিতাখনত জিলাখনৰ প্ৰায় দুই শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ ৷

বৰপেটাত কাৰাটে প্ৰতিযোগিতা
বৰপেটাত কাৰাটে প্ৰতিযোগিতা

বৰপেটা,১১ এপ্ৰিল: বৰপেটা জিলাত শিশুসকলৰ মাজত দেওবাৰে জিলা ভিত্তিত এখন কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় ৷ বৰপেটা জিলা পুথিভঁড়ালত অনুষ্ঠিত হোৱা কাৰাটে প্ৰতিযোগিতাখনত জিলাখনৰ প্ৰায় দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ জিলাখনৰ ১৫ টা কাৰাটে প্ৰতিষ্ঠানৰ পৰা অংশ লোৱা বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয় ৷

বৰপেটাত কাৰাটে প্ৰতিযোগিতা

নৱ প্ৰজন্মক সুস্থ জীৱনৰ শিক্ষা, আত্মৰক্ষাৰ কৌশল, ড্ৰাগছ বা ৰাগিয়াল দ্ৰব্য সেৱনৰ পৰা সন্তানক আঁতৰাই ৰখা, ম’বাইলৰ প্ৰতি থকা আসক্তি দুৰ কৰাৰ বাবে কাৰাটে অতি প্ৰয়োজনীয় সমৰকলা হিচাপে পৰিগণিত হৈ আহিছে ৷ সেয়ে সন্তানক কু-অভ্যাস আৰু ড্ৰাগছ আসক্তিৰ পৰা আঁতৰাই ৰখাৰ উদ্দেশ্যে কাৰাটেৰ দৰে সমৰকলাৰ প্ৰশিক্ষণৰ লগতে ৰাজ্যখনত জিলা ভিত্তিত এনে ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে সংস্থাটোৱে ৷ আনহাতে দেওবাৰে প্ৰথমবাৰৰ বাবে বৰপেটা জিলা ভিত্তিত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা বুলি বৰপেটা জিলা কাৰাটে সন্থাই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : প্ৰচণ্ড ধুমুহাত বিধ্বস্ত বাক্সাৰ বহু অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.