ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম জীয়ৰী ৰাখী - ব্ৰঞ্জৰ পদক জিনিলে গুৱাহাটী গান্ধীবস্তীৰ ৰাখী শৰ্মাই

সুদূৰ দক্ষিণ আফ্ৰিকাত ভাৰতৰ নাম উজলাবলৈ সক্ষম হ’ল এগৰাকী অসমীয়াই ৷ ভাৰতক প্ৰতিনিধিত্ব কৰি দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা ‘‘ৱৰ্ল্ড মাষ্টাৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপ 2019’’ (World Masters Power lifting Championship 2019) ব্ৰঞ্জৰ পদক জিনিলে গুৱাহাটীৰ খেলুৱৈয়ে ৷

Assamese women Powerlifting bronze won
author img

By

Published : Oct 15, 2019, 6:22 PM IST

দক্ষিণ কামৰূপ, 15 অক্টোবৰঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল অসম জীয়ৰী । দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা ৱৰ্ল্ড মাষ্টাৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত 2019 ব্ৰঞ্জৰ পদক জিনিলে গুৱাহাটীৰ গান্ধীবস্তিৰ ৰাখী শৰ্মাই ।

ৱৰ্ল্ড মাষ্টাৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপ 2019

দক্ষিণ আফ্ৰিকাত আয়োজিত চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি আঁজুৰি আনিলে ব্ৰঞ্জৰ পদক । 350 কেজি ওজনৰ ভাৰ উত্তোলন কৰি এই পদক লাভ কৰিবলৈ সক্ষম হয় খেলুৱৈগৰাকীয়ে ৷ উল্লেখ্য যে,অসমৰ জীয়ৰী ৰাখী শৰ্মাই হৈছে একমাত্ৰ ভাৰতীয় মহিলা যিয়ে ৱৰ্ল্ড মাষ্টাৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপ 2019ত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিল ।

মঙলবাৰে প্ৰতিযোগিতাৰ অন্তত নিজ গৃহভূমিত উপস্থিত হয় ৰাখী শৰ্মা। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগেই খেলুৱৈগৰাকীক বিভিন্ন দল-সংগঠনৰ লগতে বহু শুভাকাংক্ষীয়ে উষ্ম আদৰণি জনায় ৷ আনহাতে খেলুৱৈগৰাকীয়ে সাংবাদিকৰ আগত ৰাজ্যৰ মুখ্যমন্ত্ৰী,অসম তথা ভাৰতবাসীক ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে তেওঁক দক্ষিণ আফ্ৰিকাৰ খেলুৱৈয়ে কৰা সহায়ৰ কথাও উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ৷

Intro:আনঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল অসমজীয়ৰি ।
Body:Ocvo..আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল অসমজীয়ৰি । দক্ষিণ আফ্ৰিকাত অনুস্থিত হোৱা World Masters Powerlifting Championship 2019 ব্ৰঞ্জৰ পদক জিনিলে গুৱাহাটী গান্ধীবস্তীৰ ৰাখি শৰ্মাই । ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি অসমজীয়ৰি গৰাকীয়ে দক্ষিণ আফ্ৰিকাত আজুৰি আনিলে ব্ৰঞ্জ মেডেল । ৩৫০ কেজি ওজন ডাঙি নিজৰ শক্তি প্ৰদৰ্শন কৰি আজুৰি আনিলে এই পদক । উল্লেখ্য যে অসমজীয়ৰি ৰাখি শৰ্মাই হৈছে একমাত্ৰ ভাৰতীয় মহিলা যিয়ে World Masters Powerlifting Championship ২০১৯ত অংশগ্ৰহন কৰিছে । আজি এই খেল খেলি নিজগৃহভুমিত উপস্থিত হয় ৰাখি শৰ্মা । Conclusion:বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন দল-সংগঠনৰ লগতে শুভকাংশীসকলে বিমানবন্দৰতে আদৰণি জনাই ৰাখি শৰ্মাক ।

Bite..ৰাখি শৰ্মা ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.