ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৃষ্ণাইৰ 3 যুৱ খেলুৱৈৰ - কৃষ্ণাই

হিমা দাস, ৰিয়ান পৰাগৰ পিচত পুনৰ ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়ালে গোৱালপাৰাৰ তিনি যুৱকে

আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৃষ্ণাইৰ 3 যুৱ খেলুৱৈৰ
author img

By

Published : May 6, 2019, 5:27 PM IST

গোৱালপাৰা, 6 মেঃ উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা "২য় আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ ২০১৯" শীৰ্ষক ক্ৰীড়া প্ৰতিযোগিতাত সোণৰ পদক অৰ্জনেৰে ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা গোৱালপাৰাৰ 3 যুৱ খেলুৱৈক কৃষ্ণাইত উষ্ম আদৰণি জনায় ৷

আৰু পঢ়ক মুম্বাই ইণ্ডিয়ানচ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ খেল চোৱাৰ পিছতে মালিংগাক প্ৰশংসা কৰে মাহেলা জয়াবৰ্ধনে

উত্তৰ প্ৰদেশৰ পৰা কৃষ্ণাইত আহি উপস্থিত হোৱা 3 খেলুৱৈ ক্ৰমে ইনামূল হক (শাকোমুৰি),হামিদুল ৰহমান(ভেল্টাৰঘাট) আৰু ছাইদুৰ ৰহমান ছাইদ (বোল্লা)ক গোৱালপাৰা জিলা আমছু,কৃষ্ণাই আঞ্চলিক আমছু,হালোৱা সংগ্ৰাম সমিতি আৰু কৃষ্ণাই মাদ্ৰাছা উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায় ৷

আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৃষ্ণাইৰ 3 যুৱ খেলুৱৈৰ

উল্লেখ্য যে, কাৰাটে এচ’ছিয়েছন অব ইণ্ডিয়া (কাই)ৰ দ্বাৰা অনুমোদিত সংস্থা "অল ভাৰত চোটোকান কাৰাটে-ডু ফেডাৰেচ’ন"ৰ উদ্যোগত তথা ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ তত্বাৱধানত উত্তৰ প্ৰদেশৰ চাহাৰানপুৰত ২৬ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিযোগিতাখনিত ইনামূল হকে ৪৯ কিলোঃ শাখাত,হামিদুল ৰহমানে ৫৪ কিলোঃ শাখাত আৰু ছাইদুৰ ৰহমান ছাইদে ৬৭ কিনোঃ শাখাত সোণৰ পদক আঁজুৰি আনি গোৱালপাৰা কৃষ্ণাইৰ লগতে ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

slug_as_gol_06_may_801_goalpara_gold_winner_vis_1-3_jahidul_islam_7203844.                                        

Anchor :- পুনৰ ৰাজ্যবাসীলৈ গৌৰব কঢ়িয়াই আনিলে গোৱালপাৰাৰ তিনি যুৱক।আন্তঃৰা্ষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক বিজেতা গোৱালপাৰা কৃষ্ণাইৰ তিনি যুৱ খেলুৱৈক কৃষ্ণাইত উষ্ম আদৰণি।

V.O :- উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা "২য় আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ ২০১৯" শীৰ্ষক ক্ৰীড়া  প্ৰতিযোগিতাত সোণৰ পদক অৰ্জনেৰে ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ যুৱ খেলুৱৈ তিনিজনক কৃষ্ণাইত উষ্ম আদৰণি জনোৱা হয় ৷উত্তৰ প্ৰদেশৰ পৰা কৃষ্ণাইত আহি উপস্থিত হোৱা তিনি খেলুৱৈ ক্ৰমে  ইনামূল হক (শাকোমুৰি),হামিদুল ৰহমান(ভেল্টাৰঘাট) আৰু ছাইদুৰ ৰহমান ছাইদ (বোল্লা)ক গোৱালপাৰা জিলা আমছু,কৃষ্ণাই আঞ্চলিক আমছু,হালোৱা সংগ্ৰাম সমিতি আৰু কৃষ্ণাই মাদ্ৰাছা উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ে আনুষ্ঠানিক ভাবে সম্বৰ্ধনা জনায় ৷ প্ৰতিকূল বতৰকো নেওচা দি এই সম্বৰ্ধনা কাৰ্যসূচীত বহু সাধাৰণ নাগৰিকো উপস্থিত থাকে ৷ উল্লেখ্য যে
কাৰাটে এচ’ছিয়েছন অব ইণ্ডিয়া (কাই)ৰ দ্বাৰা অনুমোদিত সংস্থা "অল ভাৰত চোটোকান কাৰাটে-ডু ফেডাৰেচ’ন"ৰ উদ্যোগত তথা ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ তত্বাবধানত উত্তৰ প্ৰদেশৰ চাহাৰানপুৰত ২৬ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিযোগিতাখনিত ইনামূল হকে ৪৯ কিলোঃ শাখাত,হামিদুল ৰহমানে ৫৪ কিলোঃ শাখাত আৰু ছাইদুৰ ৰহমান ছাইদে ৬৭ কিনোঃ শাখাত সোণৰ পদক
আজুৰি আনি গোৱালপাৰা কৃষ্ণাইৰ লগতে ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷৷ ভাৰতৰ লগতে এই আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতা খনিত শ্ৰীলংকা,বাংলাদেশ,আফগানিস্থান,নেপাল আৰু ম্যানমাৰৰ যুৱ খেলুবৈ সকলেও অংশগ্ৰহণ কৰে ৷

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.