ETV Bharat / sports

ৰাষ্ট্ৰীয় পৰ্যায়ত অসম সন্তানৰ সাফল্য - নলবাৰীৰ যুৱক নিবিৰ ডেকাৰ সাফল্য

ডেৰাডুনৰ Yako India ফেডাৰেচন ক্লাৱত উজলিল অসমৰ নলবাৰীৰ যুৱক ৷ বুটলি আনিলে ৰূপৰ পদক ৷

ৰাষ্ট্ৰীয় পৰ্যায়ত অসম সন্তানৰ সাফল্য
author img

By

Published : Oct 27, 2019, 9:21 PM IST

নলবাৰী, 27 অক্টোবৰ: ৰাষ্ট্ৰীয় পৰ্যায়ত নলবাৰীৰ যুৱকৰ সাফল্য । উওৰাখণ্ডৰ ডেৰাডুনৰ Yako India ফেডাৰেচন ক্লাৱত উজলিল নলবাৰীৰ যুৱক ৷ Yako India ফেডাৰেচন ক্লাৱে অনুষ্ঠিত কৰা সৰ্বভাৰতীয় কিক্ বক্সিং প্ৰতিযোগিতাত নলবাৰী জিলাৰ বাঁহজানীৰ নিবিৰ ডেকাই কঢ়িয়াই আনিলে ৰূপৰ পদক । নিবিৰৰ এই সাফল্যত যথেষ্ট আনন্দিত পৰিয়ালৰ লোক । কঠোৰ পৰিশ্ৰম-পৰিস্থিতিৰ মাজেৰে এই সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে খেলুৱৈগৰাকীয়ে ৷ ভৱিষ্যতে এজন আন্তঃৰাষ্ট্ৰীয় বক্সাৰ হোৱাৰ মন নিবিৰৰ ৷

কিক্ বক্সিং প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন

উল্লেখ্য যে, নলবাৰী জিলাৰ পৰা উক্ত খেলখনত বাঁহজানীৰ নিবিৰ ডেকা আৰু পকোৱাৰ জীজ্ঞাসী শৰ্মাই প্ৰতিনিধিত্ব কৰিছিল ।

Intro:নলবাৰীৰ যুৱকৰ সাফল্য।

ডেৰাডুনৰ yako India ফেডাৰেচন ক্লাৱত উজলিল নলবাৰীৰ যুৱক
Body:উওৰাখণ্ডৰ ডেৰাডুনত অনুষ্ঠিত হোৱা Yako India ফেডাৰেচন ক্লাৱ,2019 ত নলবাৰীৰ নিবিৰে কঢ়িয়াই আনিলে সুনাম ।ডেৰাডুনত অনুষ্ঠিত সৰ্বভাৰতীয় খেলখনত কিক্ বক্সিঙত নলবাৰী জিলাৰ বাঁহজানীৰ নিবিৰ ডেকাই ব্ৰঞ্জৰ পদক লাভ কৰি সুনান কঢ়িয়াই আনিছে অঞ্চলটোলৈ ।নিবিৰৰ এই সাফল্যত উৎসাহী।পিতৃ-মাতৃৰ লগতে প্ৰশিক্ষক জয়ন্ত শৰ্মা ।উল্লেখ্য যে নলবাৰী জিলাৰ পৰা উক্ত খেলখন লৈ বাঁহজানীৰ নিবিড় ডেকা আৰু পকোৱাৰ জীজ্ঞাসী শৰ্মাই প্ৰতিনিধিত্ব কৰিছিল ।

বাইট-Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.