ETV Bharat / sports

বিশ্ব বক্সিং চেম্পিয়নশ্বিপঃ ছেমিফাইনেলত যমুনা বড়ো

ৰাছিয়াত অনুষ্ঠিত হোৱা AIBA বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত প্ৰৱেশ শোণিতপুৰৰ বক্সাৰ যমুনা বড়োৰ ৷ 54 কিলোগ্ৰাম শাখাত সফলতা খেলুৱৈগৰাকীৰ ৷

author img

By

Published : Oct 10, 2019, 7:42 PM IST

যমুনা বড়ো Jamuna BODO

স্পৰ্টছ ডেস্ক, 10 অক্টোবৰঃ

  • বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত যমুনা বড়ো
  • বৃহস্পতিবাৰে 54 কিলোগ্ৰাম শাখাত জয় লাভ যমুনাৰ
  • যমুনাৰ হাতত পৰাস্ত জাৰ্মানীৰ খেলুৱৈ উৰচোলা গোটল’ব
  • 4-1 ব্যৱধানত ধৰাশায়ী হয় জাৰ্মানীৰ বক্সাৰগৰাকী
  • ছেমিফাইনেলত ৱাং-চিয়াও-ৱেন বিৰুদ্ধে মুখামুখি হ’ব যুমনা
  • 12 অক্টোবৰত অনুষ্ঠিত হ’ব ছেমিফাইনেল মেচখন
  • যমুনাৰ পূৰ্বে মেৰী কম, মঞ্জু ৰাণীও প্ৰৱেশ কৰিছে ছেমিফাইনেলত
  • ভাৰতৰ তৃতীয়টো পদক নিশ্চিত কৰে যমুনাই

OTHERS sports
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.