ETV Bharat / sports

যুৱ আৰু অনুভৱী খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় দল: মনপ্ৰীত

author img

By

Published : Nov 1, 2019, 9:31 AM IST

Updated : Nov 1, 2019, 1:07 PM IST

ভাৰতীয় হকী দলৰ অধিনায়ক মনপ্ৰীত সিঙে মন্তব্য কৰে যে,ভাৰতীয় দলটো যুৱ আৰু অনুভৱী খেলুৱৈৰে সমৃদ্ধ ৷ ভাৰতীয় দলে ৰাছিয়াৰ বিৰুদ্ধে দুখনকৈ কোৱালিফায়িং মেচত অংশগ্ৰহণ কৰিব ৷

ভাৰতীয় হকী দল

স্পৰ্টছ ডেস্ক, 1 নৱেম্বৰ : শুকুৰবাৰে ভাৰতীয় হকী দলে ৰাছিয়াৰ বিৰুদ্ধে ট'কিঅ' অলিম্পিকছ, 2020ৰ কোৱালিফায়াৰ্ছত অংশগ্ৰহণ কৰিব ৷ এই মেচৰ পূৰ্বে ভাৰতীয় দলৰ অধিনায়ক মনপ্ৰীত সিঙে মন্তব্য কৰে যে, ভাৰতীয় দলটো যুৱ আৰু অনুভৱী খেলুৱৈৰে সমৃদ্ধ ৷

ভাৰতীয় হকী দলৰ অধিনায়ক
মনপ্ৰীত সিং

উল্লেখ্য যে,ভাৰতীয় দলে ৰাছিয়াৰ বিৰুদ্ধে নৱেম্বৰৰ 1 আৰু 2 তাৰিখে দুখনকৈ ট'কিঅ' অলিম্পিকছ কোৱালিফায়িং মেচত অংশগ্ৰহণ কৰিব ৷

যুৱ আৰু অনুভৱী খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় দল : মনপ্ৰীত

আৰু পঢ়ক : মুম্বাইত মুকলি হ’ব ফিফা অনুৰ্ধ্ব-17 মহিলা বিশ্বকাপৰ প্ৰতীক

Bhubaneswar (Odisha), Nov 01 (ANI), Indian hockey team will take on Russia to qualify for the Tokyo Olympics 2020. Indian skipper Manpreet Singh said that the team is well-balanced with young skilled and experienced players. Indian Men's team will take on Russia on November 1 and 2.
Last Updated : Nov 1, 2019, 1:07 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.