ETV Bharat / sports

আজলান শ্বাহ হকী কাপঃ ভাৰতৰ হাতত পৰাস্ত মালয়েছিয়া

28তম আজলান শ্বাহ হকী টুৰ্ণামেণ্টত ভাৰতৰ দ্বিতীয়টো জয় লাভ ৷ মঙলবাৰে 4-2 গলত ৰুধিলে মালয়েছিয়াক

আজলান শ্বাহ হকী কাপ : ভাৰতৰ হাতত পৰাস্ত মালয়েছিয়া
author img

By

Published : Mar 27, 2019, 8:03 AM IST

স্পৰ্টছ ডেস্ক, 27 মাৰ্চঃ মঙলবাৰে 28তম আজলান শ্বাহ হকী টুৰ্ণামেণ্টত মালয়েছিয়াৰ বিৰুদ্ধে জয় লাভ ভাৰতৰ ৷ ভাৰতে নিজৰ তৃতীয়খন মেচত 4-2 গলত পৰাস্ত কৰে মালয়েছিয়া দলটোক ৷ টুৰ্ণামেণ্টত ভাৰতৰ এইটো আছিল দ্বিতীয়টো জয় লাভ ৷ মালয়েছিয়াৰ বিৰুদ্ধে হোৱা মেচখনত ভাৰতৰ হৈ সুমিতে 17, 27 মিনিটত দুটা গল কৰাৰ বিপৰীতে বৰুণ কুমাৰে 36 আৰু অধিনায়ক মনদীপ সিঙে 58 মিনিটত গল কৰিবলৈ সক্ষম হয় ৷ মালয়েছিয়াৰ হৈ ৰজী ৰহিমে 21 মিনিটত আৰু তজুনদ্দীন তিনগকুৱে 57 মিনিটত গল কৰিবলৈ সক্ষম হলেও মালয়েছিয়াক পৰাজয়ৰ পৰা ৰক্ষা কৰাত বিফল হয় ৷

ভাৰতে প্ৰথমখন মেচত জাপানক 2-0 গলত পৰাস্ত কৰাৰ বিপৰীতে নিজৰ দ্বিতীয়খন মেচত দক্ষিণ কোৰিয়াৰ সৈতে 1-1 গলৰ ড্ৰ খেলিবলৈ সক্ষম হৈছিল ৷ দুখন মেচত জয় লাভেৰে বৰ্তমান ভাৰতীয় দলটো সাত পইণ্টেৰে যুটীয়া ভাৱে দক্ষিণ কোৰিয়াৰ সৈতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ কোৰিয়াৰ তিনি পইণ্ট, মালয়েছিয়া আৰু কানাডাৰ 6-6 পইণ্ট লাভ কৰিবলৈ সক্ষম হৈছে ৷

মালয়েছিয়াৰ বিৰুদ্ধে হোৱা মেচখনত ভাৰতৰ হৈ সুমিতে 17, 27 মিনিটত দুটা গল কৰাৰ বিপৰীতে বৰুণ কুমাৰে 36 আৰু অধিনায়ক মনদীপ সিঙে 58 মিনিটত গল কৰিব সক্ষম হয় ৷ মালয়েছিয়াৰ হৈ ৰজী ৰহিমে 21 মিনিটত আৰু তাজুদ্দীন তেংগকুৱে 57 মিনিটত গল কৰিবলৈ সক্ষম হলেও মালয়েছিয়াক পৰাজয়ৰ পৰা ৰক্ষা কৰাত বিফল হয় ৷

Intro:Body:

আজলান শ্বাহ হকী কাপ : ভাৰতৰ হাতত পৰাস্ত মালয়েছিয়া 

28তম আজলান শ্বাহ হকী টুৰ্ণামেণ্টত ভাৰতৰ দ্বিতীয়টো জয় লাভ ৷ মঙলবাৰে ৰুধিলে মালয়েছিয়াক ৷

মঙলবাৰে 28তম আজলান শ্বাহ হকী টুৰ্ণামেণ্টত মালয়েছিয়াৰ বিৰুদ্ধে জয় লাভ ভাৰতৰ ৷ ভাৰতে নিজৰ তৃতীয়খন মেচত 4-2 গলত পৰাস্ত কৰে মালয়েছিয়া দলটোক ৷ টুৰ্ণামেণ্টত ভাৰতৰ এইটো আছিল দ্বিতীয়টো জয় লাভ ৷ মালয়েছিয়াৰ বিৰুদ্ধে হোৱা মেচখনত ভাৰতৰ হৈ সুমিতে 17, 27 মিনিটত দুটা গল কৰাৰ বিপৰীতে বৰুণ কুমাৰে 36 আৰু অধিনায়ক মনদীপ সিঙে 58 মিনিটত গল কৰিব সক্ষম হয় ৷ মালয়েছিয়াৰ হৈ ৰজী ৰহিমে 21 মিনিটত আৰু তজুনদ্দীন তিনগকুৱে 57 মিনিটত গল কৰিবলৈ সক্ষম হলেও মালয়েছিয়াক পৰাজয়ৰ পৰা ৰক্ষা কৰাত বিফল হয় ৷ 

ভাৰতে প্ৰথমখন মেচত জাপানক 2-0 গলত পৰাস্ত কৰাৰ বিপৰীতে নিজৰ দ্বিতীয়খন মেচত দক্ষিণ কোৰিয়াৰ সৈতে 1-1 গলৰ ড্ৰ খেলিবলৈ সক্ষম হৈছিল ৷ দুখন মেচত জয় লাভেৰে বৰ্তমান ভাৰতীয় দলটো সাত পইণ্টেৰে যুটীয়া ভাৱে দক্ষিণ কোৰিয়াৰ সৈতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ কোৰিয়াৰ তিনি পইণ্ট, মালয়েছিয়া আৰু কানাডাৰ ছয়-ছয় পইণ্ট লাভ কৰিবলৈ সক্ষম হৈছে ৷ 

মালয়েছিয়াৰ বিৰুদ্ধে হোৱা মেচখনত ভাৰতৰ হৈ সুমিতে 17, 27 মিনিটত দুটা গল কৰাৰ বিপৰীতে বৰুণ কুমাৰে 36 আৰু অধিনায়ক মনদীপ সিঙে 58 মিনিটত গল কৰিব সক্ষম হয় ৷ মালয়েছিয়াৰ হৈ ৰজী ৰহিমে 21 মিনিটত আৰু তাজুদ্দীন তেংগকুৱে 57 মিনিটত গল কৰিবলৈ সক্ষম হলেও মালয়েছিয়াক পৰাজয়ৰ পৰা ৰক্ষা কৰাত বিফল হয় ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.