ETV Bharat / sports

নিষেধাজ্ঞাৰ সন্মুখীন ব্ৰাজিলিয়ান ফুটবলাৰ নেইমাৰ - ETV BHARAT

এগৰাকী অনুৰাগীক ঘুচিয়াই নিষেধাজ্ঞাৰ সন্মুখীন হ'ল পেৰিছ চেইন্ট জাৰ্মান ফুটবল ক্লাবৰ ফৰৱাৰ্ড নেইমাৰ । তিনিখন ঘৰুৱা মেচৰ লগতে আন দুখন মেচৰ নিষেধাজ্ঞা আৰোপ কৰা হ'ল ব্ৰাজিলৰ জাতীয় ফুটবল দলৰ খেলুৱৈ নেইমাৰক ।

ব্ৰাজিলৰ জাতীয় ফুটবল দলৰ খেলুৱৈ নেইমাৰ
author img

By

Published : May 11, 2019, 2:41 PM IST

নিউজ ডেস্ক, ১১ মে': কোপে দ্য ফ্ৰান্সৰ ফাইনেলত পৰাজয়ৰ পাছত এগৰাকী অনুৰাগীক ঘুচিওৱাৰ অভিযোগত পেৰিছ চেইন্ট জাৰ্মান ফুটবল ক্লাবৰ ফৰৱাৰ্ড নেইমাৰক তিনিখন ঘৰুৱা মেচৰ লগতে আন দুখন মেচৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে । শুকুৰবাৰে ফ্ৰেন্স ফুটবল ফেডাৰেশ্বনে এই নিষেধাজ্ঞাৰ কথা ঘোষণা কৰে । ইয়াৰ পাছতে চেইন্ট জাৰ্মান ফুটবল ক্লাবৰ পৰা জানিবলৈ দিয়া অনুসৰি তেওঁলোকে এই নিষেধাজ্ঞাৰ বিৰুদ্ধে ফেডাৰেশ্বনৰ উচ্চ পৰ্যায়ৰ কমিটিক আহ্বান জনাব ।

ETV BHARAT ASSAM
নিষেধাজ্ঞাৰ সন্মুখীন ব্ৰাজিলিয়ান ফুটবলাৰ নেইমাৰ

ক্লাবটোৱে দিয়া বিবৃতিৰ মতে, এই শাস্তি অতিশয় কঠোৰ, সেয়েহে এই সিদ্ধান্তৰ বিৰুদ্ধে ফ্ৰেন্স ফুটবল ফেডাৰেশ্বনৰ উচ্চপৰ্যায়ৰ কমিটিক আহ্বান জনাব ক্লাব আৰু ব্ৰাজিলৰ জাতীয় ফুটবল দলৰ খেলুৱৈ নেইমাৰে ।

NEYMAR RECEIVES THREE MATCH BAN

নিষেধাজ্ঞাৰ সন্মুখীন ব্ৰাজিলিয়ান ফুটবলাৰ নেইমাৰ

নিউজ ডেস্ক, ১১ মে': কোপে দ্য ফ্ৰান্সৰ ফাইনেলত পৰাজয়ৰ পাছত এগৰাকী অনুৰাগীক ঘুচিওৱাৰ অভিযোগত পেৰিছ চেইন্ট জাৰ্মান ফুটবল ক্লাবৰ ফৰৱাৰ্ড নেইমাৰক তিনিখন ঘৰুৱা মেচৰ লগতে আন দুখন মেচৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে । শুকুৰবাৰে ফ্ৰেন্স ফুটবল ফেডাৰেশ্বনে এই নিষেধাজ্ঞাৰ কথা ঘোষণা কৰে । ইয়াৰ পাছতে চেইন্ট জাৰ্মান ফুটবল ক্লাবৰ পৰা জানিবলৈ দিয়া অনুসৰি তেওঁলোকে এই নিষেধাজ্ঞাৰ বিৰুদ্ধে ফেডাৰেশ্বনৰ উচ্চপৰ্যায়ৰ কমিটিক আহ্বান জনাব ।

ক্লাবটোৱে দিয়া বিবৃতিৰ মতে, এই শাস্তি অতিশয় কঠোৰ, সেয়েহে এই সিদ্ধান্তৰ বিৰুদ্ধে ফ্ৰেন্স ফুটবল ফেডাৰেশ্বনৰ উচ্চপৰ্যায়ৰ কমিটিক আহ্বান জনাব ক্লাব আৰু ব্ৰাজিলৰ জাতীয় ফুটবল দলৰ খেলুৱৈ নেইমাৰে ।
neymardec03_sr3pTrr_OxrEOWO_Kf4pbjx.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.