ETV Bharat / sports

আই এছ এল 6: ড্ৰ’ত সমাপ্ত চেন্নাইয়ান এফ চি আৰু মুম্বাই চিটিৰ মেচ

author img

By

Published : Oct 27, 2019, 11:19 PM IST

ড্ৰ’ত সমাপ্ত চেন্নাইৰ মেৰিনা এৰিনাত অনুষ্ঠিত হোৱা চেন্নাইয়ান এফ চি আৰু মুম্বাই চিটিৰ মেচ মাজত অনুষ্ঠিত হোৱা মেচ ৷ গ'ল বীহিন ভাৱে ড্ৰ’ হয় মেচখন ৷

আই এছ এল 6: ড্ৰ’ত সমাপ্ত চেন্নাইয়ান এফ চি আৰু মুম্বাই চিটিৰ মেচ

স্পৰ্টছ ডেস্ক, 27 অক্টোবৰ: দেওবাৰে আই এছ এলৰ ষষ্ঠ সংস্কৰণত মুখামুখি হৈছিল চেন্নাইয়ান এফ চি আৰু মুম্বাই এফ চি ৷ চেন্নাইৰ মেৰিনা এৰিনাত অনুষ্ঠিত হোৱা মেচখন গ'ল বিহীন ভাৱে ড্ৰ’ত সমাপ্ত হয় ৷ মেচখনত চেন্নাইয়ান এফিয়ে 46 শতাংশ নিজৰ অধীনত অত্যাধিক বল ৰখাৰ বিপৰীতে মুম্বাই চিটিয়ে 54 শতাংশ বলত নিজৰ অধীনত ৰাখিবলৈ সক্ষম হয় ৷ মেচখনৰ অন্তিমক্ষণত মুম্বাই দলটোৱে 10 জন খেলুৱৈৰে খেলিব লগা হয় ৷ দুটা কৈ হালধীয়া কাৰ্ড লাভ কৰাৰ বাবে ৰেড কাৰ্ড দেখুৱা হয় ছৌভিক চক্ৰৱৰ্তীক ৷

চেন্নাইয়ান এফ চিয়ে প্ৰথমখন মেচত গোৱাৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হোৱাৰ বিপৰীতে কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে জয় লাভ কৰিছিল মুম্বাই দলটোৱে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.