স্পৰ্টছ ডেস্ক, 27 অক্টোবৰ: দেওবাৰে আই এছ এলৰ ষষ্ঠ সংস্কৰণত মুখামুখি হৈছিল চেন্নাইয়ান এফ চি আৰু মুম্বাই এফ চি ৷ চেন্নাইৰ মেৰিনা এৰিনাত অনুষ্ঠিত হোৱা মেচখন গ'ল বিহীন ভাৱে ড্ৰ’ত সমাপ্ত হয় ৷ মেচখনত চেন্নাইয়ান এফিয়ে 46 শতাংশ নিজৰ অধীনত অত্যাধিক বল ৰখাৰ বিপৰীতে মুম্বাই চিটিয়ে 54 শতাংশ বলত নিজৰ অধীনত ৰাখিবলৈ সক্ষম হয় ৷ মেচখনৰ অন্তিমক্ষণত মুম্বাই দলটোৱে 10 জন খেলুৱৈৰে খেলিব লগা হয় ৷ দুটা কৈ হালধীয়া কাৰ্ড লাভ কৰাৰ বাবে ৰেড কাৰ্ড দেখুৱা হয় ছৌভিক চক্ৰৱৰ্তীক ৷
-
📽| Blocks, Interceptions & Clearances! 💪
— Indian Super League (@IndSuperLeague) October 27, 2019 " class="align-text-top noRightClick twitterSection" data="
Watch @sarthakgolui16's complete defensive performance in #CHEMUM! #HeroISL #LetsFootball #TrueLove pic.twitter.com/tpaaZUYUbf
">📽| Blocks, Interceptions & Clearances! 💪
— Indian Super League (@IndSuperLeague) October 27, 2019
Watch @sarthakgolui16's complete defensive performance in #CHEMUM! #HeroISL #LetsFootball #TrueLove pic.twitter.com/tpaaZUYUbf📽| Blocks, Interceptions & Clearances! 💪
— Indian Super League (@IndSuperLeague) October 27, 2019
Watch @sarthakgolui16's complete defensive performance in #CHEMUM! #HeroISL #LetsFootball #TrueLove pic.twitter.com/tpaaZUYUbf
চেন্নাইয়ান এফ চিয়ে প্ৰথমখন মেচত গোৱাৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হোৱাৰ বিপৰীতে কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে জয় লাভ কৰিছিল মুম্বাই দলটোৱে ৷