ETV Bharat / sports

Unmukt Chand Marriage : ছিমৰণ খোছলাৰে বিবাহ পাশত আবদ্ধ উন্মুক্ত চান্দ

author img

By

Published : Nov 22, 2021, 1:13 PM IST

বিবাহপাশত আৱদ্ধ হৈছে 19 ৰ অনুৰ্ধৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক উন্মুক্ত চান্দ(Unmukt Chand Marriage) ৷ ফিটনেছ আৰু স্প‘ৰ্টছ নিউট্ৰিচন প্ৰশিক্ষক হিচাপে কৰ্মৰত ছিমৰণ খোছলা(Simran Khosla)ৰ সৈতে বিবাহপাশত আৱদ্ধ হয় খেলুৱৈগৰাকী ৷

Unmukt Chand Married to Simran Khosla
উন্মুক্ত চান্দৰ বিয়া

নিউজ ডেস্ক, 22 নৱেম্বৰ : ভাৰতীয় ক্ৰিকেট দলৰ 19 বছৰৰ অনুৰ্ধৰ শাখাৰ এটি চিনাকী নাম উন্মুক্ত চান্দ(Unmukt Chand) ৷ চান্দৰ নেতৃত্বতে 19 ৰ অনুৰ্ধৰ ভাৰতীয় দলটোৱে 2012 চনত বিশ্বকাপ জয় কৰিবলৈ সক্ষম হয় ৷ চলিত বৰ্ষতে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা চান্দ আউট হ’ল আন এক মেচত ৷

Unmukt Chand Married to Simran Khosla
কইনাৰ নাম ছিমৰণ খোছলা

এয়া কোনো ক্ৰিকেটৰ খেলপথাৰৰ পৰা লাভ কৰা খবৰ নহয়, বৰং খেলুৱৈগৰাকীৰ জীৱনৰ দ্বিতীয় ইনিংছৰ খবৰহে ৷ অৱশেষত বিবাহপাশত আৱদ্ধ হ’ল উন্মুক্ত চান্দ(Unmukt Chand) ৷ ফিটনেছ আৰু স্প‘ৰ্টছ নিউট্ৰিচন প্ৰশিক্ষক হিচাপে কৰ্মৰত ছিমৰণ খোছলা(Simran Khosla)ৰ সৈতে বিবাহপাশত আৱদ্ধ হয় খেলুৱৈগৰাকী ৷

Unmukt Chand Married to Simran Khosla
উন্মুক্ত চান্দৰ বিয়া

পৰৱৰ্তী সময়ত চান্দে আমেৰিকালৈ ফ্ৰেঞ্চাইজি লীগ খেলিবলৈ যায় ৷ ইয়াৰ পিছত অষ্ট্ৰেলিয়াৰ মেলব’ৰ্ণ ৰেনেগেডছ দলত যোগদান কৰে ৷ ভাৰতৰ ঘৰুৱা দলটোত সুদীৰ্ঘ দিন খেলাৰ পাছতো জাতীয় দলত স্থান লাভ কৰিব নোৱাৰিলে খেলুৱৈগৰাকীয়ে ৷ উন্মুক্ত চান্দে বিগত সময়ত IPL তো খেল প্ৰদৰ্শন কৰিছিল যদিও চান্দৰ প্ৰদৰ্শন হতাশাজনক আছিল ৷

লগতে চাওক: IND VS NZ third T20: 3-0 ৰ ব্যৱধানত শৃংখলা জয় ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.