ETV Bharat / sports

অল ৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াৰ পিতৃৰ বিয়োগ - বৰোদা কেপ্তেইন ক্ৰুনাল পাণ্ডেৰ পিতৃৰ বিয়োগৰ পাচত ক্ৰুনাল পাণ্ডে বৰোদা চৈয়দ আলী মুস্তাফ টুৰ্ণামেন্ট আধাতে সামৰি আহে

ভাৰতীয় ক্ৰিকেট দলৰ অল ৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াৰ পিতৃৰ বিয়োগ ।

অল ৰাউণ্ডাৰ হাৰ্ডিক আৰু ক্ৰুনাল পাণ্ডেৰ পিতৃৰ বিয়োগ

author img

By

Published : Jan 16, 2021, 12:38 PM IST

স্পৰ্টছ ডেস্ক, ১৬ জানুৱাৰী: ভাৰতীয় ক্ৰিকেট দলৰ অল ৰাউণ্ডাৰ হাৰ্ডিক আৰু তেওঁৰ ভাতৃ বৰোদা কেপ্তেইন ক্ৰুনাল পাণ্ডিয়াৰ পিতৃ হিমাংশু পাণ্ডেৰ বিয়োগ । হৃদৰোগত আক্ৰান্ত হৈ শনিবাৰে মৃত্য়ু হয় হিমাংশু পাণ্ডিয়াৰ । পিতৃৰ বিয়োগৰ পাচতে ক্ৰুনাল পাণ্ডে বৰোদা চৈয়দ আলী মুস্তাফ টুৰ্ণামেন্টখন আধাতে সামৰি পৰিয়ালৰ মাজলৈ উভতে ।

অল ৰাউণ্ডাৰ হাৰ্ডিক আৰু ক্ৰুনাল পাণ্ডেৰ পিতৃৰ বিয়োগ
অল ৰাউণ্ডাৰ হাৰ্ডিক আৰু ক্ৰুনাল পাণ্ডেৰ পিতৃৰ বিয়োগ

বৰোদা ক্ৰিকেট এছছিয়েছনৰ মুখ্য কাৰ্য্যবাহী বিষয়া শিশিৰ হাটাংগাৰীয়ে শোক ব্য়ক্ত কৰি ক্ৰুনাল পাণ্ডিয়া টুৰ্ণামেন্টৰ পৰা উভতা সন্দৰ্ভত মন্তব্য কৰি কয়, পাণ্ডিয়া এইদৰে খেল সামৰি আধাতে অহাটো বৃহৎ ক্ষতি যদিও এই কঠিন সময়ত হাৰ্ডিক আৰু ক্ৰুনালৰ সৈতে বৰোদা ক্ৰিকেট এছছিয়েছন প্ৰতিটো ক্ষণতে আছে ।

উল্লেখ্য যে, চৈয়দ আলী মুস্তাফ টি-২০ টুৰ্ণামেন্টত ক্ৰুনালে তিনিখন মেচ খেলি চাৰিটা উইকেট দখল কৰিবলৈ সক্ষম হয় । প্ৰথমখন মেচত উত্তৰাখণ্ডৰ বিৰুদ্ধে ক্ৰুনালে ৭৬ ৰাণৰ লক্ষ্য বান্ধি দিয়ে । এই তিনিখন মেচত বৰোদাই জয় লাভ কৰি গ্ৰুপ চিৰ টপ লিষ্ট দখল কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, যদিও ক্ৰুনালে বৰোদা চৈয়দ আলী মুস্তাফ টুৰ্ণামেন্ট আধাতে সামৰিলে, কিন্তু ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া হোৱাইট বল শৃংখলাৰ বাবে ইতিমধ্যে প্ৰশিক্ষণ আৰম্ভ কৰিছে ।

লগতে পঢ়ক: একেটা ভ্ৰমণতে তিনিটা ফৰমেটত অভিষেক ঘটোৱা প্ৰথমগৰাকী ভাৰতীয় নটৰাজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.