ETV Bharat / sports

ৰোহিত ভায়ে মোক কোনো চিন্তা নকৰাকৈ খেলিবলৈ কৈছিল: ঈশান কিষাণ

author img

By

Published : Mar 15, 2021, 12:03 PM IST

দ্বিতীয় টি-২০ ত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে সাত উইকেট দখল কৰি বৃহৎ জয়লাভ কৰে । দ্বিতীয় টি-২০ ত বিশেষকৈ ঈশান কিষানৰ উৎকৃষ্ট প্ৰদৰ্শনে ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টি-২০ত বৃহৎ জয়লাভ কৰিবলৈ সক্ষম হয় । ভাৰত ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ৭৩ ৰাণ সংগ্ৰহ কৰি কিষাণৰ ৫৬ ৰাণে ইংলেণ্ডক মুঠ ১৬৫ ৰাণৰ লক্ষ বান্ধি দিয়ে ।

ঈশান কিষাণ
ঈশান কিষাণ

স্পৰ্টছ ডেস্ক, ১৫ মাৰ্চ: নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰম্ভ হৈছে ভাৰত আৰু ইংলেণ্ডৰ মাজত T20I খেল । দ্বিতীয় টি-২০ ত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে সাত উইকেট দখল কৰি বৃহৎ জয় সাব্যস্ত কৰে । বিশেষকৈ ঈশান কিষানৰ উৎকৃষ্ট প্ৰদৰ্শনেৰে ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টি-২০ত ভাৰতে এই বৃহৎ জয়লাভ কৰিবলৈ সক্ষম হয় । ভাৰত ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ৭৩ ৰাণ সংগ্ৰহ কৰাৰ লগতে কিষাণৰ ৫৬ ৰাণে ইংলেণ্ডক মুঠ ১৬৫ ৰাণৰ লক্ষ বান্ধি দিয়ে ।

দেওবাৰে যুৱ বেটছমেন ঈশান কিষানে মন্তব্য কৰে যে, এজন ক্ৰিকেটাৰ হিচাপে বহু লোক আছে যিয়ে তেওঁক সফল হোৱাত সহায় কৰিবলৈ বিভিন্ন ভূমিকা পালন কৰে । তেনেকৈয়ে টি-২০ খেলখন অনুষ্ঠিত হোৱাৰ পূৰ্বে ৰোহিত শৰ্মাই তেওঁক মুক্তভাৱে কোনো চিন্তা নকৰাকৈ খেলিবলৈ উৎসোহ যোগাইছিল ।

প্ৰথমে ষ্টেডিয়ামত উপস্থিত হোৱাত কিছু মূহূৰ্তৰ বাবে ঈশান ভাবুক হৈ পৰিছিল কিন্তু যেতিয়া স্বদেশৰ পতাকা আৰু ৰাষ্ট্ৰীয় জাৰ্চী পিন্ধি থকা ষ্টেডিয়ামত প্ৰত্যক্ষ কৰিছিল তেতিয়া আত্মবিশ্বাসেৰে খেলখনত অংশগ্ৰহণ কৰে বুলি মত প্ৰকাশ কৰে ঈশানে । বৰ্তমান ১-১ ত থকা পাঁচখন খেলৰ শৃংখলাৰ মঙলবাৰে তৃতীখনয় T20I অনুষঅঠিত হ’ব ।

উল্লেখ্য যে, ভাৰতীয় টি-২০ দলটোৰ খেলুৱৈসকলৰ তালিকাত আছে বিৰাট কোহলী, ৰোহিত শৰ্মা, কে এল ৰাহুল, শিখৰ ধাৱান, শ্ৰেয়াছ আয়াৰ, সূৰ্য কুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, ঋষভ পন্ত, ইশান কিশান, যজৱেন্দ্ৰ চহল, বৰুণ চক্ৰৱৰ্তী, অক্সৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, ৰাহুল টেৱাটিয়া, টি নটৰাজন, ভূৱনেশ্বৰ কুমাৰ, দীপক চহৰ, নৱদ্বীপ চাইনী, শ্বাৰ্দুল ঠাকুৰ ।

লগতে পঢ়ক: ISL ৰ হিৰ' ফিজিয়ান খেলুৱৈ ৰয় কৃষ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.