ETV Bharat / sports

মাহীৰ উইকেট লোৱাৰ সপোন পূৰণ হৈছে: আৱিশ খান

শনিবাৰে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ উইকেট দখল কৰি উৎফুল্লিত হৈ পৰিছে দিল্লী কেপিটেলছৰ বেগী বলাৰ আৱিশ খান ৷ দিল্লী কেপিটেলছৰ এক আনুষ্ঠানিক বিজ্ঞপ্তিত আৱিশে এনেদৰে মন্তব্য কৰে ৷

author img

By

Published : Apr 12, 2021, 7:31 PM IST

মাহী ভাইৰ উইকেট লোৱাৰ সপোন পূৰণ হৈছে :আৱিশ খান

স্প’ৰ্টচ ডেস্ক,12 এপ্ৰিল: শনিবাৰে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ উইকেট দখল কৰি উৎফুল্লিত হৈ পৰিছে দিল্লী কেপিটেলছৰ বেগী বলাৰ আৱিশ খান ৷ অভাৰৰ দ্বিতীয় বলটোতেই ধোনীক আউট কৰিব পাৰি ৰোমাঞ্চিত হৈ পৰিছিল 24 বছৰীয়া বলাৰজন ৷ "তিনি বছৰ আগতে, মই মাহীৰ উইকেট লোৱাৰ সুযোগ পাইছিলো ৷ কিন্তু কেচটো মিছ হৈ গৈছিল ৷

কিন্তু মাহীৰ উইকেট লোৱাৰ মোৰ সপোন পূৰণ হৈছে, সেয়েহে মই ইয়াক লৈ বহুত সুখী । যিহেতু ধোনীয়ে কিছুদিনৰ পৰা প্ৰতিযোগিতামূলক মেচ খেলা নাই, আমি তেওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ পৰিকল্পনা কৰিছিলো ৷ সেই চাপৰ বাবে মই তেওঁৰ উইকেট ল'ব পাৰিলো বুলি আৱিশে মন্তব্য কৰে ৷ উল্লেখ্য যে, শনিবাৰে দিল্লী কেপিটেলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয় মেচখনত দিল্লী কেপিটেলছে জয়লাভ কৰে ৷

লগতে পঢ়ক : উচ্চতম ন্যায়ালয়ত কৰ’ণাতংক: ক’ৰণাত আক্ৰান্ত 80 গৰাকী কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.