ETV Bharat / sports

IPL 13: কৰ’ণামুক্ত হৈছে সকলো বিষয়ববীয়া - আই.পি.এল

UAEত অনুষ্ঠিত হ’বলগীয়া 13 সংখ্যক আই.পি.এলৰ সকলো বিষয়ববীয়াৰ ক’ভিড-19ৰ শ্বাৱ পৰীক্ষাত নিগেটিভ ফলাফল পোৱা গৈছে ৷ BCCIৰ এক সূত্ৰই সদৰি কৰিছে এই কথা ৷

IPL 13: All 20 Match Officials test COVID-19 negative
IPL 13: কৰ’ণামুক্ত হৈছে সকলো বিষয়ববীয়া
author img

By

Published : Sep 17, 2020, 2:28 PM IST

Updated : Sep 25, 2020, 6:00 PM IST

স্প’ৰ্টছ ডেস্ক, 17 ছেপ্তেম্বৰ: আগন্তুক 19 ছেপ্তম্বৰত UAEত অনুষ্ঠিত হ’বলগীয়া 13 সংখ্যক আই.পি.এলৰ সকলো বিষয়ববীয়াৰ ক’ভিড-19ৰ শ্বাৱ পৰীক্ষাত নিগেটিভ ফলাফল পোৱা গৈছে ৷ 5 গৰাকী ভাৰতীয় ৰেফাৰীৰ বাহিৰে 12 গৰাকী ভাৰতীয় ক্ৰিকেটাৰ আৰু 3 গৰাকী বিদেশী আম্পায়াৰে হোটেলতেই কোৱাৰেণ্টাইন প্ৰট’কল মানি চলে ৷

IPL 13: All 20 Match Officials test COVID-19 negative
IPL 13: কৰ’ণামুক্ত হৈছে সকলো বিষয়ববীয়া

খেলুৱৈ তথা বিষয়ববীয়াসকলৰ কোৱাৰেণ্টাইনৰ সময়সীমা এক সকাৰাত্মক দিশত অন্ত পৰিব আৰু তেওঁলোকে আই.পি.এলত ভাগ ল’ব পাৰিব ৷ BCCIৰ এক সূত্ৰই জনোৱা মতে, প্ৰতিগৰাকী বিষয়ববীয়াই 6 দিনীয়া কোৱাৰেণ্টাইনৰ সমসসীমাৰ পূৰ্বে প্ৰথম, তৃতীয় আৰু পঞ্চম দিনা শ্বাৱ পৰীক্ষা কৰিছিল ৷ পৰীক্ষাৰ তিনিওটা দিনতেই নিগেটিভ ফলাফল পোৱা গৈছে ৷

লগতে পঢ়ক: শৃংখলা দখলৰ বাবে অষ্ট্ৰেলিয়াক প্ৰয়োজন 303 ৰান

Last Updated : Sep 25, 2020, 6:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.