ETV Bharat / sports

হাৰ্দিক পাণ্ডিয়াৰ দ্ৰুততম অৰ্ধশতক

আইপিএল ১২ তম সংস্কৰণৰ দ্ৰুততম অৰ্ধশতক অৰ্জন কৰা খেলুৱৈ হিচাপে অভিলেখ গঢ়ে মুম্বাই ইণ্ডিয়ানছ দলৰ বিস্ফোৰক বেটছমেন হাৰ্দিক পাণ্ডিয়াই । হাৰ্দিকে ১৭ টা বলত অৰ্ধশতক অৰ্জন কৰি ঋষভ পন্তৰ অভিলেখ ভংগ কৰে ।

SEASON'S FASTEST FIFTY BY HARDIK PANDYA
author img

By

Published : Apr 28, 2019, 11:53 PM IST

নিউজ ডেস্ক, ২৮ এপ্ৰিল: আইপিএল ১২ তম সংস্কৰণৰ দ্ৰুততম অৰ্ধশতকৰ গৰাকী হ'ল মুম্বাই ইণ্ডিয়ানছ দলৰ বিস্ফোৰক বেটছমেন হাৰ্দিক পাণ্ডিয়া । হাৰ্দিকে ঋষভ পন্তৰ ১৮ টা বলত অৰ্ধশতকৰ অভিলেখ ভংগ কৰে । ক্ৰুনাল পাণ্ডিয়াৰ সৈতে ২৩২ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ১৭ টা বলত অৰ্ধশতক অৰ্জন কৰি এই অভিলেখৰ অধিকাৰী হয় অল-ৰাউণ্ডাৰ গৰাকী ।

ETV BHARAT
HARDIK PANDYA

ইতিমধ্যে মাত্ৰ ২৭ টা বলত ৭৮ ৰাণ সংগ্ৰহ কৰা খেলুৱৈ গৰাকীয়ে ৮ টাকৈ ছয় আৰু ৫ টা চাৰি কোৱাইছে । তেওঁৰ উপৰিও ক্ৰুনাল পাণ্ডিয়াই ৮ টা বলত ১৪ ৰাণ সংগ্ৰহ কৰিছে । উল্লেখ্য যে, 34 ৰানৰ ব্যৱধানত খেলখনত পৰাস্ত হয় মুম্বাই ইণ্ডিয়ানছ্ ৷

হাৰ্দিক পাণ্ডিয়াৰ দখলত ছিজনৰ দ্ৰুততম অৰ্ধশতক 

নিউজ ডেস্ক, ২৮ এপ্ৰিল: আইপিএল ১২ তম সংস্কৰণৰ দ্ৰুততম অৰ্ধশতকৰ গৰাকী হ'ল মুম্বাই ইণ্ডিয়ানছ দলৰ বিস্ফোৰক বেটছমেন হাৰ্দিক পাণ্ডিয়া । হাৰ্দিকে ঋশভ পন্তৰ ১৮ টা বলত অৰ্ধশতকৰ অভিলেখ ভংগ কৰে । ক্ৰুনাল পাণ্ডিয়াৰ সৈতে ২৩২ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ১৭ টা বলত অৰ্ধশতক অৰ্জন কৰি এই অভিলেখৰ অধিকাৰী হয় অল - ৰাউণ্ডাৰ গৰাকী । 

ইতিমধ্যে মাত্ৰ ২৭ টা বলত ৭৮ ৰাণ সংগ্ৰহ কৰা খেলুৱৈ গৰাকীয়ে ৮ টাকৈ ছয় আৰু ৫ টা চাৰি কোৱাইছে । তেওঁৰ উপৰিও ক্ৰুনাল পাণ্ডিয়াই ৮ টা বলত ১৪ ৰাণ সংগ্ৰহ কৰিছে । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.